Class 10 Social Science MCQs Answer | Chapter 4 অসমৰ ভূগোল

১। ২০১১ চনৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোকে অসমত বাস কৰিছিল?

(ক) ৩.৬ শতাংশ

(খ) ২.৭ শতাংশ

(গ) ২.৬ শতাংশ

Answer: (গ) ২.৬ শতাংশ

২। অসমৰ মুঠ জনসংখ্যা কিমান লাখ?

(ক) ৩১২.০৫ লাখ

(খ) ৩৬৭.৮০ লাখ

(গ) ২৯০.৬৭ লাখ

Answer: (ক) ৩১২.০৫ লাখ

৩। ২০০১ চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যা প্ৰায় কিমান শতাংশ লোকে গাঁৱত বাস কৰিছিল?

(ক) ২৬৭ শতাংশ

(খ) ৮৭ শতাংশ

(গ) ৬৭ শতাংশ

Answer: (খ) ৮৭ শতাংশ

৪। অসমৰ আটাইকৈ বেছি জনসংখ্যা থকা জিলা খনৰ নাম?

(ক) মৰিগাঁও

(খ) নগাঁও

(গ) কামৰূপ (মেট্ৰো)

Answer: (খ) নগাঁও

৫। অসমৰ আটাইকৈ কম জনসংখ্যা থকা জিলা খনৰ নাম?

(ক) ডিমা হাছাও

(খ) কামৰূপ (মেট্ৰো)

(গ) মৰিগাঁও

Answer: (ক) ডিমা হাছাও

৬। ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত কোনখন জিলা সবাতোকৈ ঘন বসতিপূৰ্ণ জিলা বুলি বিবেচিত কৰা হৈছে?

(ক) ওদালগুৰি

(খ) কামৰূপ (মেট্ৰো)

(গ) মৰিগাঁও

Answer: (খ) কামৰূপ (মেট্ৰো)

৭। অসম এখন কি প্ৰধান ৰাজ্য?

(ক) নদী

(খ) পাহাৰ-পৰ্ৱত

(গ) গছ-গছনি

Answer: (ক) নদী

৮। ২০১১ চনৰ  তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ চহৰ আছে ?

(ক) দুখন

(খ) সাতখন

(গ) তিনিখন

Answer: (খ) সাতখন

৯। ২০১১ চনৰ  তথ্য মতে অসমত কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে ?

(ক) ছখন

(খ) পাছখন

(গ) তিনিখন

Answer: (ক) ছখন

১০। অসমৰ অৰ্থনীতি কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) উদ্যোগ

(খ) বেপাৰ-বানিজ্য

(গ) কৃষি

Answer: (গ) কৃষি

১১। অসমৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত?

(ক) ৭৮ শতাংশ

(খ) ৭৫ শতাংশ

(গ) ৬৭ শতাংশ

Answer: (খ) ৭৫ শতাংশ

১২। অসমৰ মুঠ মাটিকালি কিমান?

(ক) ৬৭,৭৯০ বৰ্গ কি.মি

(খ) ৭৮,৪৩৮ বৰ্গ কি.মি

(গ) ৮৯,৭৮৯ বৰ্গ কি.মি

Answer: (খ) ৭৮,৪৩৮ বৰ্গ কি.মি

১৩। অসমত বাস কৰা কোঁচ ৰাজবংশী লোকসকল কি জনগোষ্ঠীৰ লোক?

(ক) মংগোলীয়

(খ) ককেছীয়

(গ) নিগ্ৰইড

Answer: (ক) মংগোলীয়

১৪। অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰৰ পথ আছে?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) সাত প্ৰকাৰৰ

Answer: (গ) সাত প্ৰকাৰৰ

১৫। ১৯৯১ চনত অসমত মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমীয়াভাষী আছিল?

(ক) ৬৭.৮৭ শতাংশ

(খ) ৫৭.২৯ শতাংশ

(গ) ২১.৫১ শতাংশ

Answer: (খ) ৫৭.২৯ শতাংশ

১৬। ২০১৩ বৰ্ষৰ তথ্যমতে অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ?

(ক) ৫২০৯৯.২২

(খ) ৫৬০৮৮.৭৮

(গ) ৬৩৮৯.৯৮

Answer: (ক) ৫২০৯৯.২২

১৭। সম্পদ প্ৰধানকৈ কেই প্ৰকাৰৰ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

Answer: (খ) দুই প্ৰকাৰৰ

১৮। ভাৰতৰ্ষৰ মুঠ উৎপাদনৰ প্ৰায় কিমান শতাংশ প্ৰাকৃতিক গেছ অসমে উৎপন্ন কৰে?

(ক) ৩৫ শতাংশ

(খ) ২৬ শতাংশ

(গ) ২৫ শতাংশ

Answer: (গ) ২৫ শতাংশ

১৯। অসমৰ কৃষি জৰীপৰ তথ্য মতে ২০১০-১১ বৰ্ষত মুঠ কিমান লাখ হেক্টৰ মটিৰ খেটি কৰা হৈছিল?

(ক) ২৮.১১ লাখ

(খ) ২৯.৯৮ লাখ

(গ) ৩৫.৭৮ লাখ

Answer: (ক) ২৮.১১ লাখ

২০। অসমৰ উদ্যোগবোৰক কেই প্ৰকাৰে ভাগ কৰিব পৰি?

(ক) দুই প্ৰকাৰ

(খ) পাঁচ প্ৰকাৰ

(গ) সাত প্ৰকাৰ

Answer: (খ) পাঁচ প্ৰকাৰ