মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 12 | Class 7 Social Science Chapter 12 MCQ’s Type Question | AJB Class 7 Social Science |

মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন

Chapter-12

১। সম্পদ বুলি ক’লে প্ৰথমতে আমাৰ মনলৈ কি সম্পদৰ কথা মনলৈ আহে?

(ক) মানৱ সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) জলজ সম্পদ

উত্তৰঃ (খ) প্ৰাকৃতিক সম্পদ।

২। প্ৰাকৃতিক সম্পদৰ লগতে আৰু কি সম্পদে দেশৰ উন্নতিত প্ৰধান ভূমিকা লয়?

(ক) মানৱ সম্পদে

(খ) বনজ সম্পদে

(গ) জলজ সম্পদে

উত্তৰঃ (ক) মানৱ সম্পদে।

৩। কোনো এখন দেশ প্ৰাকৃতিক সম্পদত অতি চহকী হ’ব পাৰে নে নোৱাৰে?

(ক) নোৱাৰে

(খ) পাৰে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) পাৰে।

৪। কি মহাদেশৰ বহুতো দেশত জনসংখ্যা কম?

(ক) আমেৰিকা মহাদেশত

(খ) ইংলেণ্ড মহাদেশত

(গ) ইউৰোপ মহাদেশত

উত্তৰঃ (গ) ইউৰোপ মহাদেশত।

৫। কিমান চনত ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল?

(ক) ১৯৫১

(খ) ১৯৬৭

(গ) ১৯২৪

উত্তৰঃ (ক) ১৯৫১।

৬। ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল প্ৰায় কিমান বছৰ?

(ক) ২৮ বছৰ

(খ) ৩২ বছৰ

(গ) ৩৮ বছৰ

উত্তৰঃ (খ) ৩২ বছৰ।

৭। ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল বৰ্তমান ই কিমান বছৰলৈ বৃদ্ধি পাইছে?

(ক) ৭৬ বচৰ

(খ) ৫৪ বছৰ

(গ) ৬২ বছৰ

উত্তৰঃ (গ) ৬২ বছৰ।

৮। শিক্ষাৰ আহৰণ কি সম্পদ উন্নয়নৰ গুৰুত্বপূৰ্ণ সূচক ?

(ক) মানৱ সম্পদ

(খ) জলজ সম্পদ

(গ) প্ৰাকৃতিক সম্পদ

উত্তৰঃ (ক) মানৱ সম্পদ।

৯। যিবোৰ কাৰকৰদ্বাৰা মানৱ সম্পদ উন্নয়নৰ জোখ ল’ব পাৰি সেইবোৰ কাৰকক কি সম্পদ উন্নয়নৰ সূচক বোলা হয়?

(ক) প্ৰাকৃতিক সম্পদ

(খ) মানৱ সম্পদ

(গ) বনজ সম্পদ

উত্তৰঃ (খ) মানৱ সম্পদ।

১০। নিবনুৱাক লৈ সৃষ্টি হোৱা সমস্যাক কি সমস্যা বোলে?

(ক) প্ৰাকৃতিক সমস্যা

(খ) ঘৰুৱা সমস্যা

(গ) নিবনুৱা সমস্যা

উত্তৰঃ (গ) নিবনুৱা সমস্যা।

১১। দেশ এখনৰ প্ৰগতিৰ বাবে কি সম্পদ অতি প্ৰয়োজন ?

(ক) মানৱ সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰাকৃতিক সম্পদ।

১২। শৰাৰীকভাৱে বিকলাঙ্গ লোকসকল মানৱ সম্পদ হ’ব পাৰে নে ?

(ক) নোৱাৰে

(খ) পাৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) পাৰে।

১৩। দেশৰ আটাইতকৈ মূল্য়ৱান সম্পদ কি ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) মানৱ সম্পদ

(গ) ঘৰুৱা সম্পদ

উত্তৰঃ (খ) মানৱ সম্পদ।

১৪। ভাৰতবৰ্ষৰ জনসংখ্য়া পৃথিৱীৰ ভিতৰত কেইনম্বৰৰ স্থানত আছে ?

(ক) প্ৰথম

(খ) দ্ধিতীয়

(গ) তৃতীয়

উত্তৰঃ (খ) দ্ধিতীয়।

১৫। ভাৰতবৰ্ষত এতিয়াও কিমান লোক দৰিদ্ৰ হৈ আছে ?

(ক) দুই-তৃতীয়াংশ

(খ) এক-তৃতীয়াংশ

(গ) তিনি-তৃতীয়াংশ

উত্তৰঃ (খ) এক-তৃতীয়াংশ।

১৬। জাপানখন কি সম্পদত চহকী নহয়?

(ক) প্ৰাকৃতিক সম্পদত

(খ) মানৱ সম্পদত

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰাকৃতিক সম্পদত।

১৭। আফ্ৰিকা মহাদেশখনক কি বুলি কোৱা হয় ?

(ক) মুকুটাৰ দেশ

(খ) চহকী দেশ

(গ) হীৰাৰ দেশ

উত্তৰঃ (গ) হীৰাৰ দেশ।

১৮। পঞ্জাৱখন আৰ্থিকভাৱে কেনেকুৱা ৰাজ্য় ?

(ক) পিছপৰা

(খ) আগবঢ়া

(গ) এটাও নহয়

উত্তৰঃ (খ) আগবঢ়া।

১৯। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক কি ?

(ক) শিক্ষা

(খ) বৃত্তিমূলক শিক্ষা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) শিক্ষা।

২০। তলৰ ছবিখনত কি শিক্ষাৰ বিষয়ে দেখুওৱা হৈছে ?

(ক) আনুষ্ঠানিক শিক্ষা

(খ) বৃত্তিমূলক শিক্ষা

(গ) শিক্ষা

উত্তৰঃ (খ) বৃত্তিমূলক শিক্ষা

Type By- Subhas nath