জোনবিল মেলা | AJB Class 7 Assamese MCQ’s Assamese Medium | Chapter 12 | Class 7 Assamese Chapter 12 MCQ’s Type Question | AJB Class 7 Assamese |

১। জোনবিল মেলা কিহৰ সম্প্ৰীতিৰ উৎসৱ?

(ক) পাহাৰ-ভৈয়ামৰ

(খ) নদ-নদীৰ

(গ) পাহাৰ-পৰ্বতৰ

উত্তৰ- (ক) পাহাৰ-ভৈয়ামৰ ।

২। জোনবিলৰ পাৰলৈ কোন ৰজাক ৰাইজে আদৰি নিয়ে?

(ক) আদি ৰজাক

(খ) চুতীয়া ৰজাক

(গ) গোভা ৰজাক

উত্তৰ- (গ) গোভা ৰজাক ।

৩। তিৱাসকলে পাহাৰত কি বিহুৰ আয়োজন কৰে?

(ক) ব’হাগ বিহুৰ

(খ) কাতি বিহুৰ

(গ) মাঘ বিহুৰ

উত্তৰ- (গ) মাঘ বিহুৰ ।

৪। ৰাইজে ক’ত মাছ মাৰিবলৈ নামে?

(ক) বিলত

(খ) নদীত

(গ) সাগৰত

উত্তৰ- (ক) বিলত ।

 ৫। বিশেষকৈ মাঘ বিহুৰ প্ৰমূল্য়ই কি অঞ্চলত বেছি?

(ক) গাওঁ অঞ্চলত

(খ) গোভা অঞ্চলত

(গ) চহৰ অঞ্চলত

উত্তৰ- (ক) গাওঁ অঞ্চলত ।

৬। কৰ গাৱঁৰ মধ্য়ত জোনবিল নামে এখন ডাঙৰ বিল আছে?

(ক) ভগত গাঁৱৰ

(খ) জাগীভকত গাঁৱৰ

(গ) বৰঙ্গাবাৰী গাঁৱৰ

উত্তৰ- (খ) জাগীভকত গাঁৱৰ ।

৭। পাহাৰত মাঘ বিহুৰ আয়োজন কৰে, লগতে কোন দেৱতাক পূজা-সেৱাও কৰে? .

(ক) ইষ্ট দেৱতাক

(খ) ইন্দ্ৰ দেৱতাক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ইষ্ট দেৱতাক ।

৮। বৰ্তমান মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা কি বাৰে জোনবিল মেলা অনুষ্ঠিত হয়?

(ক) সোমবাৰে

(খ) দেওবাৰে

(গ) বুধবাৰে

উত্তৰ- (খ) দেওবাৰে ।

৯। তিৱাসকলে আনৰ নিচিনাকৈ মাহৰ সংক্ৰান্তিৰ তিথিত কি নাপাতে?

(ক) মেলা নাপাতে

(খ) বিহু নাপাতে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বিহু নাপাতে ।

১০। ভৈয়ামৰ জনজাতিসকলৰ বিহু সংস্কৃতিৰ সাক্ষৰ কি কৰি আহিছে?

(ক) প্ৰচলন কৰি আহিছে

(খ) আয়োজন কৰি আহিছে

(গ) বহন কৰি আহিছে

উত্তৰ- (গ) বহন কৰি আহিছে ।

১১। সেইদিনা তাত বয়-বস্তু কি কৰে?

(ক) কিনি আনে

(খ) বিনিময়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বিনিময় ।

১২। এই মেলা কিহৰ তীৰ্থক্ষেত্ৰ?

(ক) গোভাৰ মহা মিলনৰ

(খ) পৰ্বত-ভৈয়ামবাসীৰ মহা মিলনৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পৰ্বত-ভৈয়ামবাসীৰ মহা মিলনৰ ।

১৩। তেওঁলোকে বিলৰ পাৰত কিহেৰে সৰু সৰু পঁজা ঘৰ সাজে?

(ক) নৰাৰে

(খ) মাটিৰে

(গ) হাতেৰে

উত্তৰ- (ক) নৰাৰে ।

১৪। পৰ্বতীয়া জনজাতিসকলে মেলালৈ কিহত আহে?

(ক) জাহাজত

(খ) পাহাৰ বগাই

(গ) গাড়ীত

উত্তৰ- (খ) পাহাৰ বগাই ।

১৫। তেওঁলোকে কি জাতৰ বস্তু আনে?

(ক) গাজ শিল্পজাতৰ বস্তু

(খ) বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু ।

১৬। তেওঁলোকে কিহেৰে মাঘ বিহু আয়োজন কৰে?

(ক) তেওঁলোকৰ বস্তুবোৰেৰে

(খ) মেলাৰ পৰা নিয়া বস্তুখিনিৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মেলাৰ পৰা নিয়া বস্তুখিনিৰে ।

১৭। দেৱৰ আলয়=?

(ক) দেবালয়

(খ) দেৱালয়

(গ) ডেৱালয়

উত্তৰ- (খ) দেৱালয় ।

১৮। বনৰ সমীপ=?

(ক) দুৰ্ভিক্ষ

(খ) উপবন

(গ) ওপবন

উত্তৰ- (খ) উপবন ।

১৯। পাছত যায়=?

(ক) উপবন

(খ) অনুসৰণ

(গ) অনোসৰন

উত্তৰ- (খ) অনুসৰণ ।

২০। দিনে দিনে=?

(ক) প্ৰতিদিনে

(খ) প্ৰটিদিনে

(গ) প্ৰতীদিনে

উত্তৰ- (ক) প্ৰতিদিনে ।

Type by- Bikul Mandal