Class 12 Education Chapter 6 | অধ্যায় ৬ মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান | MCQs Short Question Answer |

Chapter 6

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

১। মানসিক স্বাস্থ্য বুলিলে কি বুজাই ?

(ক) দেহ- মনৰ অৱস্থাক

(খ) ব্যক্তিত্ব বিকাশ

(গ) কাৰ্য্যক্ষম

উত্তৰঃ (ক) দেহ- মনৰ অৱস্থাক

২। মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনকৰ শাস্ত্ৰক কি বিজ্ঞান বোলে ?

(ক) মানসিক বিজ্ঞান

(খ) সামাজিক বিজ্ঞান

(গ) অৰ্থনীতি বিজ্ঞান

উত্তৰঃ (ক) মানসিক বিজ্ঞান

৩। ১৯০০ খৃষ্ঠাব্দত আমেৰিকাৰ কোনগৰাকী যুৱকে ঘৰৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল ?

(ক) এডলফ্ মেয়ৰ

(খ) উইলিয়াম চুইটজাৰ

(গ) ক্লিফোৰ্ড বিয়াৰচ

উত্তৰঃ (গ) ক্লিফোৰ্ড বিয়াৰচ

৪। কোন গৰাকী ব্যক্তিয়ে পোনপ্ৰথমে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল ?

(ক) উইলিয়াম চুইটজাৰ

(খ) বিয়াৰচ্ উইলিয়াম জেমচ

(গ) কোলেচনীক

উত্তৰঃ (ক) উইলিয়াম চুইটজাৰ

৫। গ্ৰীক শব্দৰ ইংৰাজী শব্দ কি ?

(ক) ‘Health’

(খ) ‘Hygiene’

(গ) ‘Preservative’

উত্তৰঃ (খ) ‘Hygiene’

৬। ‘Hygiene’ শব্দৰ অৰ্থ কি ?

(ক) ‘Of Health’

(খ) ‘Hygeia’

(গ) ‘National’

উত্তৰঃ (ক) ‘Of Health’

৭। ‘Hygeia’ কিহৰ প্ৰতীক আছিল ?

(ক) শান্তি প্ৰতীক

(খ) নিৰ্বাহৰ প্ৰতীক

(গ) অশান্তি প্ৰতীক

উত্তৰঃ (খ) নিৰ্বাহৰ প্ৰতীক

৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধানকৈ কেইটা উদ্দেশ্য আছে ?

(ক) তিনিটা

(খ) দুটা

(গ) নটা

উত্তৰঃ (ক) তিনিটা

৯। মনোবিজ্ঞানী স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেইটা ?

(ক) এঘাৰতা

(খ) চৈধ্যতা

(গ) দুটা

উত্তৰঃ (গ) দুটা

১০। ‘A mind that Found itself’ নামৰ কিতাপখন আমেৰিকাৰ কোনজন যুৱকে লিখিছিল ?

(ক) ক্লিফোৰ্ড বিয়াৰচ্

(খ) কাৰ্ল মেনীনগা

(গ) উইলিয়াম চুইটজাৰ

উত্তৰঃ (ক) ক্লিফোৰ্ড বিয়াৰচ্

১১। মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰকসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

(ক) পাচঁটা

(খ) সাতটা

(গ) তিনিটা

উত্তৰঃ (গ) তিনিটা

১২।  মানসিক স্বাস্থ্য কেই প্ৰকাৰৰ ?

(ক) এক

(খ) চাৰি

(গ) দুই

উত্তৰঃ (গ) দুই

১৩। কিমান চনত এগৰাকী আমেৰিকাৰ যুৱক ক্লিফোৰ্ড বিয়াৰচ লিখনিৰ জৰিয়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ সূচনা হৈছিল ?

(ক) ১৯২৩

(খ) ১৯৯০

(গ) ১৯০০

উত্তৰঃ (খ) ১৯৯০

১৪। প্ৰথমতে মানসিক স্বাস্থ্যবিজ্ঞানে কি সমস্যাৰ বিষয়ে অধ্যায়ন কৰিছিল ?

(ক) মানসিক বিকাৰগ্ৰস্ত

(খ) নিৰাময়

(গ) মানসিক স্বাস্থ্য

উত্তৰঃ (ক) মানসিক বিকাৰগ্ৰস্ত

১৫। তলৰ কোনটো মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য্য ?

(ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য

(খ) নিজ সত্তা

(গ) মানসিক জীৱন সংৰক্ষণ নীতি

উত্তৰঃ (ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য

১৬। তলৰ কোনটো মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰণ ?

(ক) শাৰীৰিক কাৰণ

(খ) ব্যক্তিগত কাৰণ

(গ) অৰ্থনৈতিক কাৰণ

উত্তৰঃ (ক) শাৰীৰিক কাৰণ

১৭। আধুনিক শিক্ষণ পদ্ধতি কি ?

(ক) খেল পদ্ধতি

(খ) নাচ-গান পদ্ধতি

(গ) প্ৰাণায়াম

উত্তৰঃ (ক) খেল পদ্ধতি

১৮। শিশুৱে সামগ্ৰিক বিকাশত চকু দিব লাগে ?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লাগে

১৯। বৌদ্ধিক আৰু আবেগিক পৰিপক্ক হয়নে ?

(ক) নহয়

(খ) হয়

(গ) দুয়োটাই শুদ্ধ

উত্তৰঃ (খ) হয়

২০। ক্লিফোৰ্ড বিয়াৰচ কিমান বছৰ পিছত সুস্থ হৈছিল ?

(ক) পাঁচ বছৰ

(খ) তিনি বছৰ

(গ) চাৰি বছৰ

উত্তৰঃ (খ) তিনি বছৰ