চৌপাশৰ পৰিৱৰ্তনবোৰ | AJB Class 6 Science Chapter 11 | MCQ Question Answer Solution |

চৌপাশৰ পৰিৱৰ্তনবোৰ 

Chapter-11

1. গেছীয় পদাৰ্থৰ জুলীয়া অৱস্থালৈ পৰিবৰ্তন হোৱা প্ৰক্ৰীয়া টোক কি বুলে ?

(ক) ঘনীভৱন

(খ) বাষ্পীভৱন

(গ) দ্ৰৱীভূত

উত্তৰঃ (ক) ঘনীভৱন।

2. গেছীয় অৱস্থালৈ জুলীয়া পদাৰ্থৰ পৰিৱৰ্তন হোৱা প্ৰক্ৰীয়া টোক কি বোলে

(ক) বাষ্পীভৱন

(খ) ঘনীভৱন

(গ) দ্ৰৱণীয়

উত্তৰঃ (ক) বাষ্পীভৱন।

3. চেনি-পানীৰ মিশ্ৰটোক আমি কি বুলি কও ?

(ক) দ্ৰৱ

(খ) প্ৰলম্বন

(গ) দ্ৰাৱক

উত্তৰঃ (ক) দ্ৰৱ।

4. বালি-পানীৰ মিশ্ৰটোক আমি কি বুলি কও ?

(ক) দ্ৰৱ

(খ) দ্ৰাৱক

(গ) প্ৰলম্বন

উত্তৰঃ (গ) প্ৰলম্বন।

5. LPG বুলি কাক কোৱা হয় ?

(ক) এবিধ গেছক

(খ) এবিধ পদাৰ্থক

(গ) এবিধ বায়ুক

উত্তৰঃ (ক) এবিধ গেছক।

6. এটা জুলীয়া অৱস্থাৰ উদাহৰণ দিয়া ?

(ক) পানী

(খ) মাটি

(গ) বৰফ

উত্তৰঃ (ক) পানী।

7. এটা গেছীয় পদাৰ্থৰ উদাহৰণ দিয়া ?

(ক) বাষ্প

(খ) মাটি

(গ) পানী

উত্তৰঃ (ক) বাষ্প।

8. পানীৰ এটা কঠিন বা গোটা অৱস্থাৰ উদাহৰণ দিয়া ? 

(ক) বৰফ

(খ) মাটি

(গ) বাষ্প।

উত্তৰঃ (ক) বৰফ।

9. নিম্নোক্তবোৰৰ পৰা ওলোটা দিশত হ’ব পৰা প্ৰক্ৰিয়া এটা হ’ল 

(ক) চাউলৰপৰা ভাত ৰন্ধা

(খ) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা

(গ) কাগজ এখিলা জ্বলোৱা

উত্তৰঃ (খ) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা।

10. উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰাৱ্য়তা 

(ক) বাঢ়ে

(খ) কমে

(গ) বাঢ়িবও পাৰে, কমিবও পাৰে

উত্তৰঃ (গ) বাঢ়িবও পাৰে, কমিবও পাৰে।

১১/ চেনি পানীৰ মিশ্ৰটোক আমি __________ বুলি কওঁ ।

(ক) প্ৰলম্বন

(খ) দ্ৰৱ

(গ) পৰিৱৰ্তন

উত্তৰঃ (খ) দ্ৰৱ।

১২/ সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হল

(ক) সংপৃক্ত দ্ৰৱ

(খ) গাঢ় দ্ৰৱ

(গ) লঘু দ্ৰৱ

উত্তৰঃ (ক) সংপৃক্ত দ্ৰৱ

১৩/ এটা বস্ত দহন কৰাৰ পাছত ৰোৱা অৱশেষখিনিৰ ভৰ বস্তটোৰ ভৰতকৈ

(ক) কম

(খ) বেছি

(গ) কমিবও পাৰে, বাঢ়িবও পাৰে

উত্তৰঃ (গ) কমিবও পাৰে, বাঢ়িবও পাৰে।

১৪/ দ্ৰৱত যিটোৰ পৰিমাণৰ বেছি তাক সাধাৰণতে কি বোলা হয়

(ক) দ্ৰাৱক

(খ) প্ৰলম্বন

(গ) দ্ৰৱ

উত্তৰঃ (ক) দ্ৰাৱক

১৫/ মম আৰু অক্সিজেনৰ পৰিৱৰ্তনক কি পৰিৱৰ্তন বোলা হয়

(ক) ৰাসায়নিক

(খ) বাষ্পীভৱন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰাসায়নিক।

১৬/ নিৰ্দিষ্ট উষ্ণতাত সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটোৱে হল

(ক) মিশ্ৰ দ্ৰৱ

(খ) সংপৃক্ত দ্ৰৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সংপৃক্ত দ্ৰৱ।

১৭/ দ্ৰাৱৰ উদাহৰণ কি

(ক) চেনি পানীৰ দ্ৰৱত চেনি

(খ) নিমখ পানীৰ দ্ৰৱত নিমখ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চেনি পানীৰ দ্ৰৱত চেনি।

১৮/ দ্ৰাৱক পানীৰ উদাহৰণ কি

(ক) চেনি পানীৰ দ্ৰৱৰ পানী

(খ) নিমখ পানীৰ দ্ৰৱৰ পানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চেনি পানীৰ দ্ৰৱৰ পানী।

১৯/ এলপিজি আৰু মমবাতি এই দুয়োটাই কি গেছ লগত মিলি যায়

(ক) অক্সিজেন

(খ) জলীয়বাষ্প আৰু কাৰ্বন ডাইঅক্সাইড

(গ) হাইড্ৰজেন

উত্তৰঃ (খ) জলীয়বাষ্প আৰু কাৰ্বন ডাইঅক্সাইড।

২০/ নিম্নোক্তবোৰৰ পৰা ওলোটা দিশত হব পৰা প্ৰক্ৰিয়াটো কি

(ক) কাগড এখিলা ৰকেটৰ আকৃতিত কটা

(খ) কাগজ এখিলা জ্বলোৱা

(গ) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা

উত্তৰঃ (গ) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা।