Month: June 2023

জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব | সপ্তম খণ্ড | অধ্য়ায় ১ | Lesson 1 | Class 11 Logic & Philosophy All Question Answer Assamese Medium | HS 1st Year All Question Answer Solution Assamese Medium |

Chapter 1 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব অনুশীলনী  1. খালী ঠাই পূৰ কৰাঃ (a) অভিজ্ঞতাবাদী সকলৰ মতে  অভিজ্ঞতাই  জ্ঞানৰ উৎস। (b) বুদ্ধিবাদী সকলৰ মতে   বুদ্ধি   জ্ঞানৰ উৎস। (c) ডেকাৰ্ট এজন   বুদ্ধিবাদী  দাৰ্শনিক। (d) বাৰ্কলে এজন  অভিজ্ঞতাবাদী  দাৰ্শনিক। (e) লকৰ মতে জন্মৰ সময়ত আমাৰ মনটোৰ  এখিলা অলিখিত কাগজ  ৰ নিচিনা হৈ থাকে। (f) অভিজ্ঞতৈবৈদৰ অনিবাৰ্য পৰিণতি হৈছে  সংবেদনবাদ   আৰু  সংশয়বাদ । (g) বুদ্ধিবাদৰ মতে জ্ঞান উৎপাদনত মনৰ ভূমিকা   নিষ্ক্ৰিয়   । (h) ‘অস্তিত্ব প্ৰত্য়ক্ষ নিৰ্ভৰ’ উক্তিটো   বাৰ্কলে  ৰ দৰ্শনত পোৱা যায়। 2.…

Read the full article