Class 3 Assamese Chapter 18 MCQ’s Sankardev School | প্ৰিয়  ছাত্ৰ | Class 3 Assamese Chapter 18 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 18

প্ৰিয়  ছাত্ৰ

১। কবিতাটোৰ  কবিতজনৰ নাম কি ?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) ধনাই বৰা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ধনাই বৰা ।

২। সৰ্বদাই   অৰ্থ কি ?

(ক) সদায়

(খ) আদেশ

(গ) মূল্যৱান

উত্তৰ- (ক) সদায় ।

৩। সৰ্বকাল অৰ্থ কি ?

(ক) নিয়ম ভঙ্গ

(খ) সকলো সময়তে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) সকলো সময়তে ।

৪। তোষে শব্দ অৰ্থ কি ?

(ক) সন্তুষ্ট

(খ) আদেশ

(গ) ওপৰৰ পৰা এটাও নহয়

উত্তৰ- (ক) সন্তুষ্ট ।

৫। কোৰ্হাল শব্দ অৰ্থ কি ?

(ক) তলৰৰ দুয়োটায়ে হয়

(খ) হাই-উৰুমি

(গ) হুলস্থুল

উত্তৰ- (ক) তলৰৰ দুয়োটায়ে হয় ।

Type by- Bikul Mandal