Class 3 Science Chapter 7 MCQ’s Assam Jatiya Bidyalaya | আকাশৰ কথা | AJB Class 3 Science Chapter 7 | MCQ’s Assamese Medium | Class 3 Science Chapter 7 | MCQ’s Type Question Answer |

Chapter-7

আকাশৰ কথা

1/ আকাশৰ সকলো উজ্জল বস্তু কে কি বুলি কোৱা হয় ?

(ক) পোহৰ

(খ) জ্যোতিস্ক

(গ) ভিতৰত এটাও নহয়

উত্তৰঃ (খ) জ্যোতিস্ক।

2/ তৰাৰ আন এটা নাম কি ?

(ক) পোহৰ

(খ) নক্ষত্ৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নক্ষত্ৰ।

3/ আমাৰ আটাইতডকৈ ওচৰত থকা তৰাটো হ ল ?

(ক) পপিয়া তৰা

(খ) সূৰ্য্য

(গ) তৰা

উত্তৰঃ (খ) সূৰ্য্য।

4/ নিজাৰ পোহৰ থকা তৰাীটো কি ?

(ক) নক্ষত্ৰ

(খ) তৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) নক্ষত্ৰ।

5/ কি গ্ৰহৰ নিজাৰ পোহৰ নাই ?

(ক) উপ গ্ৰহৰ

(খ) সূৰ্য্য

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) উপ গ্ৰহৰ।

6/ ওপৰলৈ চালে চাৰিওফালে যি দেখা যায় ?

(ক) গছ-গছনি

(খ) আকাশ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আকাশ।

7/ সূৰ্য্য গোটেই বোৰ গ্ৰহ উপগ্ৰহ একে লগে  কি বুলি কোৱা হয় ?

(ক) নক্ষত্ৰ

(খ) সৌৰজগত

(গ) ইয়াৰ ভিতৰত এটাীও নহয়

উত্তৰঃ (খ) সৌৰজগত।

8/ আমাৰ পৰা সূৰ্য্য দূৰত্ব েপ্ৰায় ?

(ক) ১৬ কোটি

(খ) ১৫ কোটি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১৫ কোটি।

9/ সূৰ্য্যটো পৃথিৱীতকৈ প্ৰায় কিমান গুণ ডাঙৰ ?

(ক) ১০৮ গুণ

(খ) ১০৯ গুণ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১০৯ গুণ।

10/ আমাৰ চাৰিও ফালে কেইটা গ্ৰহ ঘূৰি থাকে ?

(ক) ৭ টা

(খ) ৮টা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ৮টা।

Type By- Subhas Nath