Class 5 Assamese Chapter 14 | সৰু ছোৱালী আৰু পখী | MCQs Short Question Answer SCERT School |

Chapter 14

সৰু ছোৱালী আৰু পখী

১। সৰু ছোৱালী আৰু পক্ষী কবিতাটোৰ ৰচক কোন?

(ক)ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ

(খ)নৱকান্ত বৰুৱা

(গ)লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ (ক)ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ

২। উদৰ শব্দৰ অৰ্থ কি?

(ক)একেচিপে

(খ)হৰষিত

(গ)পেট

উত্তৰঃ (গ)পেট

৩। সাউৎকৰে শব্দৰ অৰ্থ কি?

(ক)পেট ভৰাই

(খ)বেগতে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)বেগতে

৪। একেচিপে শব্দৰ অৰ্থ কি?

(ক)একে বলে

(খ)বেগতে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)একে বলে

৫। সৰু ছোৱালী জনীয়ে পখীজনীক কি বাহ সাজি দিম বুলি কৈছে?

(ক)ৰূপালী

(খ)সোণোৱালী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)সোণোৱালী

৬। হৰষিত শব্দৰ অৰ্থ কি?

(ক)উদৰ

(খ)ততালিকে

(গ)আনন্দিত

উত্তৰঃ (গ)আনন্দিত

৭। গগন শব্দৰ সমাৰ্থক শব্দ কি?

(ক)পাতাল

(খ)আকাশ

(গ)মাতৃ

উত্তৰঃ (খ)আকাশ

৮। পখী শব্দৰ সমাৰ্থক শব্দ কি?

(ক)চৰাই

(খ)বাহ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)চৰাই

৯। কৰোঁতা শব্দৰ স্ত্ৰীলিংগ কি?

(ক)কৱঁতী

(খ)কৰঁতী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)কৰঁতী

১০। ততালিকে শব্দৰ অৰ্থ কি?

(ক)একেচিপে

(খ)হৰষিত

(গ)তৎক্ষণাত

উত্তৰঃ (গ)তৎক্ষণাত