Class 7 Social Science Sankardev School | Chapter 20 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 20

প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

১। আমাৰ দেশৰ গণতান্ত্ৰিক ব্য়ৱস্থা ভাৰতবৰ্ষক এখন সৰ্বোত্তম গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দায়ৱদ্ধ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

২। আইনৰ দৃষ্টিত আমি সকলো কি ?

(ক) সমান নহয়

(খ) সমান হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সমান হয়

৩। এনেদৰে সংস্থানহীন এই মানুহখিনি সমাজৰ মূল অংশৰ পৰা কি হৈ পৰে ?

(ক) অবিচ্ছিন্ন

(খ) বিচ্ছিন্ন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিচ্ছিন্ন

৪। অসমৰ বান আৰু গৰাখহনীয়া সমস্য়া এক কি সমস্য়া ?

(ক) সহজ

(খ) জটিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জটিল

৫। গণতন্ত্ৰৰ প্ৰধান লক্ষ্য় হৈছে দেশৰ জনসাধাৰণৰ কি  উন্নতি সাধন কৰা?

(ক) শৰ্বাংগীণ

(খ) সৰ্বাংগীণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সৰ্বাংগীণ

৬। নৈৰ পাৰত বাস কৰা লোকসকলৰ এটা ঘাই জীৱিকা কি ?

(ক) খেতি

(খ) মাছ ধৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মাছ ধৰা

৭। পেটৰ তাগিদাত দুৰ্ভগীয়া মানুহখিনিয়ে নিজৰ পুৰণি ঠাই এৰি আন ঠাইত বসবাস কৰিব লগাত ।

(ক) নপৰে

(খ) পৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰে

৮। কাৰ দিনৰ পৰা  অসমত চাহ উদ্য়োগ গঢ় লৈ উঠে?

(ক) ইংৰাজৰ

(খ) ব্ৰিটিছৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ব্ৰিটিছৰ

৯। অসমৰ মাটি কি খেতিৰ বাবে উপযোগী?

(ক) কফি

(খ) ঘেঁহু

(গ) চাহ

উত্তৰঃ (গ) চাহ

১০। ব্ৰিটিছসকলে অসমৰ কি এলেকাত চাহ খেতি আৰম্ভ কৰে?

(ক) সৰু

(খ) বৃহৎ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বৃহৎ

১১। পাঠটিত উল্লিখিত গাঁওখনত কি স্থাপন কৰাৰ কথা চৰকাৰে ভাৱিছে ?

(ক) তেল শোধনাগাৰ

(খ) ইটা ভাটা

(গ) কাগজ উদ্যোগ

উত্তৰঃ (ক) তেল শোধনাগাৰ

১২। অসমৰ _________ আৰু _________ সমস্যা এক জটিল সমস্যা ।

(ক) কলেৰা, মেলেৰিয়া

(খ) ভূমিকম্প, বিজুলী

(গ) বান, গৰাখহনীয়া

উত্তৰঃ (গ) বান, গৰাখহনীয়া

 ১৩। কোন ঠাইৰ মাটি চাহ খেতিৰ বাবে উপযোগী ?

(ক) ভূটান

(খ) অসম

(গ) মণিপুৰ

উত্তৰঃ (খ) অসম

১৪। বৰ্তমান অসম কিহৰ বাবে পৃথিৱী বিখ্যাত ?

(ক) চাহ খেতিৰ বাবে

(খ) কপাহ উৎপাদনৰ বাবে

(গ) এৰী পলুৰ বাবে

উত্তৰঃ (ক) চাহ খেতিৰ বাবে

১৫। নৈৰ পাৰত বাস কৰা লোকসকলৰ এটা ঘাই জীৱিকা কি ?

(ক) পশুপালন

(খ) মাছ ধৰা

(গ) খেতি কৰা

উত্তৰঃ (খ) মাছ ধৰা

১৬। অসমৰ পাৰ্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কি গঠন কৰা হৈছে ?

(ক) কাৰ্বি আংলং জিলা পৰিষদ

(খ) কাৰ্বি জিলা পৰিষদ

(গ) উত্তৰ কাছাৰ জিলা পৰিষদ

উত্তৰঃ (ক) কাৰ্বি আংলং জিলা পৰিষদ

১৭। কিহৰ বাবে নদীত থকা জলচৰ প্ৰাণীৰ বিলুপ্তি ঘটে ?

(ক) নৈৰ পানী তৰাং হোৱাৰ ফলত

(খ) নৈত সোতৰ সৃষ্টিৰ ফলত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) নৈৰ পানী তৰাং হোৱাৰ ফলত

১৮। কাৰ দিনত অসমত চাহ উদ্যোগ গঢ় লৈ উঠিছিল ?

(ক) আহোমসকলৰ দিনত

(খ) বৃটিছৰ দিনত

(গ) এটাও নহয়

উত্তৰঃ (খ) বৃটিছৰ দিনত

১৯। চাহ খেতিৰ বাবে কোন ঠাইৰ পৰা বৃটিছসকলে অসমলৈ শ্ৰমিক আনিছিল ?

(ক) দক্ষিণ ভাৰতৰপৰা

(খ) উত্তৰাখন্দৰ পৰা

(গ) মধ্য ভাৰতৰপৰা

উত্তৰঃ (গ) মধ্য ভাৰতৰপৰা

২০। সংস্থানহীন মানুহখিনি সমাজৰ মূল অংশৰপৰা ________হৈ পৰে ।

(ক) অৱহেলিত

(খ) বিচ্ছিন্ন

(গ) পৃথক

উত্তৰঃ (খ) বিচ্ছিন্ন

Type: Pompi Hazarika