Class 7 Social Science Sankardev School | Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 21

শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য

১। ভাৰতৰ তিনিগৰাকী মহাকাশচাৰীৰ দুগৰাকীয়েই হ’ল কি ?

(ক) পুৰুষ

(খ) মহিলা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মহিলা

২। বনুৱাসকলৰ ক্ষেত্ৰতেই পুৰুষ শ্ৰমিকতকৈ মহিলা শ্ৰমিকক সততে কিমান মজুৰি দিয়া দেখা যায়?

(ক) বেছি

(খ) কম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কম

৩। কৰ্মজীৱনৰ কিছু কিছু ক্ষেত্ৰতো মহিলাসকৰৰ প্ৰতি কিছু বৈষম্য় প্ৰদৰ্শন হোৱা দেখা যায় ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৪। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকী নাম কি ?

(ক) ইন্দিৰা গান্ধী

(খ) কল্পনা চাওলা

(গ) প্ৰতিভা দেৱী সিং পাটিল

উত্তৰঃ (গ) প্ৰতিভা দেৱী সিং পাটিল

৫। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি?

(ক) কল্পনা চাওলা

(খ) মীৰা কুমাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কল্পনা চাওলা

৬। ভাৰতৰ প্ৰথম মহিলা আই পি এছ গৰাকীৰ নাম কি?

(ক) শ্বানো দেৱী

(খ) কিৰণ বেদী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কিৰণ বেদী

৭। অসমৰ প্ৰথম মহিলা চিকিৎসক গৰাকীৰ নাম কি?

(ক) ৰজনীপ্ৰভা শইকীয়া

(খ) শুচিব্ৰতা ৰায়চৌধুৰী

(গ) কিৰণ বেদী

উত্তৰঃ (ক) ৰজনীপ্ৰভা শইকীয়া

৮। ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী গৰাকীৰ নাম কি ?

(ক) কুমাৰী বাচেন্দী পাল

(খ) মামণি ৰয়ছম গোস্বামী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কুমাৰী বাচেন্দী পাল

৯। সুমিত্ৰাৰ পেহাকৰ নাম কি ?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা

(খ) পৱিত্ৰ ৰাভা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৱিত্ৰ ৰাভা

১০। সুমিত্ৰাৰ পেহাকহতঁৰ পৰিয়ালত ল’ৰা-ছোৱালী কেইটা ?

(ক) চাৰিটা

(খ) তিনিটা

(গ) সাতটা

উত্তৰঃ (ক) চাৰিটা

১১। নগেনে কিমান চনত বিয়া পাতিছিল ?

(ক) ২০০৭ চনত

(খ) ২০০৫ চনত

(গ) ২০০২ চনত

উত্তৰঃ (গ) ২০০২ চনত

১২। ভাৰতৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন ?

(ক) নলিনীবালা দেৱী

(খ) মামনি ৰয়ছম গোস্বামী

(গ) চৈয়দা আনোৱাৰা টাইমুৰ

উত্তৰঃ (গ) চৈয়দা আনোৱাৰা টাইমুৰ

১৩। ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী কোন ?

(ক) কল্পনা চাওলা

(খ) কুমাৰী বাচেন্দ্ৰী পাল

(গ) ৰজনীপ্ৰভা শইকীয়া

উত্তৰঃ (খ) কুমাৰী বাচেন্দ্ৰী পাল

১৪। পৃথিৱীৰ দ্বিতীয়গৰাকী মহিলা মহাকাশচাৰী কোন ?

(ক) ভেলেণ্টিনা টেৰেস্ক’ভা

(খ) কল্পনা চাওলা

(গ) কিৰণ বেদী

উত্তৰঃ (ক) ভেলেণ্টিনা টেৰেস্ক’ভা

১৫। কাৰ ঘৈণীয়েক হাউছ ৱাইফ ?

(ক) ৰবীনৰ

(খ) নগেনৰ

(গ) ৰমেনৰ

উত্তৰঃ (গ) ৰমেনৰ

১৬। ভেলেণ্টিনা টেৰিস্ক’ভাৰ ঘৰ কত আছিল ?

(ক) ৰাছিয়াৰ

(খ) এছিয়াৰ

(গ) আফ্ৰিকাৰ

উত্তৰঃ (ক) ৰাছিয়াৰ

১৭। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন ?

(ক) চৈয়দা আনোৱাৰা টাইমুৰ

(খ) কিৰণ বেদী

(গ) সৰোজিনী নাইডু

উত্তৰঃ (গ) সৰোজিনী নাইডু

১৮। কাৰ বাবে মৰম আৰু শ্ৰদ্ধাখিনিয়ে তেওঁৰ দৰমহা ?

(ক) চাকৰিয়াল মহিলাৰ

(খ) হাউছ ৱাইফৰ

(গ) শিক্ষয়িত্ৰী মহিলাৰ

উত্তৰঃ (খ) হাউছ ৱাইফৰ

১৯। ৰমেনে কিমান চনত বিয়া পাতিছিল ?

(ক) ২০০৫ চনত

(খ) ২০০৬ চনত

(গ) ২০০২ চনত

উত্তৰঃ (খ) ২০০৬ চনত

২০। ৰমেনৰ ঘৈণীয়েকে কি কৰে ?

(ক) উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী

(খ) একো নকৰে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী

Type: Pompi Hazarika