খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু চতুৰ্থৰ মধ্যৱৰ্তী কালছোৱাত আটাইতকৈ ক্ষমতাসম্পন্ন জনপদ কোন আছিল ?

উত্তৰঃ- খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু চতুৰ্থৰ মধ্যৱৰ্তী কালছোৱাত আটাইতকৈ ক্ষমতাসম্পন্ন জনপদ আছিল মগধ ।