কিমান চনৰ পৰা অমৰাৱতী ভাস্কৰ্যসমৃদ্ধ ফলকসমূহ বিভিন্ন ঠাইলৈ লৈ যোৱা দেখা গ’ল ?

উত্তৰঃ- প্ৰায় ১৮৫০ চনৰ পৰা অমৰাৱতী ভাস্কৰ্যসমৃদ্ধ ফলকসমূহ বিভিন্ন ঠাইলৈ লৈ যোৱা দেখা গ’ল ।