আদিম বাসিন্দাসকলক গৱেষকসকলে ভগোৱা ভাগ কেইটাৰ নাম কি ?

উত্তৰঃ- আদিম বাসিন্দাসকলক গৱেষকসকলে ভগোৱা ভাগ কেইটাৰ নাম হ’ল- (১) অষ্ট্ৰোএচিয়াটিক

(২) নেগ্ৰীটজ

(৩) দ্ৰাবিদিয়ান

(৪) মঙ্গোলিয়ান আৰু আৰ্য ।