ভাত মানুহৰ প্ৰধান খাদ্য হোৱা হেতুকে খেতিয়কসকলে প্ৰচুৰ পৰিমানে কিহৰ খেতি কৰিছিল ?

উত্তৰঃ- ভাত মানুহৰ প্ৰধান খাদ্য হোৱা হেতুকে খেতিয়কসকলে প্ৰচুৰ পৰিমানে ধানৰ খেতি কৰিছিল ।