আহোম শাসনতন্ত্ৰত ৰজা মুৰব্বী শাসক আৰু তেওঁক সহায় কৰা তিনিজন মন্ত্ৰীৰ নাম কি ?

উত্তৰঃ- বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই ।