কিমান চনত অসমত বিখ্যাত চিপাহী বিদ্ৰোহৰ ছাঁ পৰিছিল ?

উত্তৰঃ- ১৮৫৭ চনত অসমত বিখ্যাত চিপাহী বিদ্ৰোহৰ ছাঁ পৰিছিল ।