কিমান চনৰ ভিতৰত চিলঙত ছীফ কমিচনাৰৰ বাসগৃহ, ডাকঘৰ,ছপাশাল ইত্যাদিৰ নিৰ্মাণ সম্পূৰ্ণ হ’ল ?

উত্তৰঃ- ১৮৭৫ চনৰ ভিতৰত চিলঙত ছীফ কমিচনাৰৰ বাসগৃহ, ডাকঘৰ,ছপাশাল ইত্যাদিৰ নিৰ্মাণ সম্পূৰ্ণ হ’ল ।