আইন অমান্য আন্দোলনৰ পৰৱৰ্তী সময়ত কিমান চনত ভাৰত শাসন আইন গৃহীত হৈছিল ?

উত্তৰঃ- আইন অমান্য আন্দোলনৰ পৰৱৰ্তী সময়ত ১৯৩৫ চনত ভাৰত শাসন আইন গৃহীত হৈছিল ।