অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল ?

অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল ১৮৮৮ চনৰ ২৫ আগষ্টত, কলিকতাত ।