অসমীয়া বোলছবিৰ একমাত্ৰ মহিলা কলা নিৰ্দেশিকাগৰাকীৰ নাম হৈছে এলি আহমেদ।
Category: অসমীয়া চিনেমা
”চামেলি মেমচাব” কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন?
”চামেলি মেমচাব” কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালকজনৰ নাম হৈছে ডা ভূপেন হাজৰিকা।
প্ৰথম অসমীয়া কথছবিৰ নাৰিকাগৰাকী কোন আছিল?
প্ৰথম অসমীয়া কথছবিৰ নাৰিকাগৰাকী আছিল আউদেউ সন্দিকৈ।
মহিলা পৰিচালকৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ?
মহিলা পৰিচালকৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ নয়নমণি।