Class 4 Mathematic Book Chapter 4 Exercise 1 Answer | Class 4 Mathematic Book উৎপাদক আৰু গুণিতক Chapter 4 Exercise 1 AJB School Question Answer Solutions For Assam |

 উৎপাদক আৰু গুণিতক 

অনুশীলনী ৪(ক) 

 পাঠঃ- ৪ 

(১) তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা।         (ক) ৬ উত্তৰঃ- ৬ = ১ ✖ ৬             ৬ = ৩ ✖ ২ ∴ ৬ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৬ 
        (খ) ৮ উত্তৰঃ- ৮ = ১ ✖ ৮             ৮ = ২ ✖ ৪ ∴ ৮ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮ 
        (গ) ১০ উত্তৰঃ- ১০ = ১ ✖ ১০             ১০ = ২ ✖ ৫ ∴ ১০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৫, ১০         (ঘ) ১৬ উত্তৰঃ- ১৬ = ১ ✖ ১৬             ১৬ = ২ ✖ ৮             ১৬ = ৪ ✖ ৪ ∴ ১৬ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৪, ৮, ১৬ 
        (ঙ) ২০ উত্তৰঃ– ২০ = ১ ✖ ২০             ২০ = ২ ✖ ১০             ২০ = ৪ ✖ ৫ ∴ ২০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৫, ১০, ২০ 
        (চ) ২৮ উত্তৰঃ- ২৮ = ১ ✖ ২৮             ২৮ = ২ ✖ ১৪             ২৮ = ৪ ✖ ৭ ∴ ২৮ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ১৪, ২৮ 
        (ছ) ৩০ উত্তৰঃ- ৩০ = ১ ✖ ৩০             ৩০ = ২ ✖ ১৫             ৩০ = ৩ ✖ ১০             ৩০ = ৫ ✖ ৬ ∴ ৩০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০ 
        (জ) ৩২ 
উত্তৰঃ- ৩২ = ১ ✖ ৩২             ৩২ = ২ ✖ ১৬             ৩২ = ৪ ✖ ৮ ∴ ৩২ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮, ১৬, ৩২ 
        (ঝ) ৬০ উত্তৰঃ- ৬০ = ১ ✖ ৬০             ৬০ = ২ ✖ ৩০             ৬০ = ৩ ✖ ২০ ∴ ৬০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ২০, ৩০, ৬০ 
        (ঞ) ৭০ উত্তৰঃ- ৭০ = ১ ✖ ৭০             ৭০ = ২ ✖ ৩৫             ৭০ = ৫ ✖ ১৪            ৭০ = ৭ ✖ ১০ ∴ ৭০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৫, ৭, ১০, ১৪, ৩৫, ৭০         (ট) ৭৩ 
উত্তৰঃ- ৭৩ = ১ ✖ ৭৩ ∴ ৭৩ ৰ উৎপাদকবোৰ হ’ল = ১, ৭৩ 
        (ঠ) ৮০ 
উত্তৰঃ- ৮০ = ১ ✖ ৮০             ৮০ = ২ ✖ ৪০             ৮০ = ৪ ✖ ২০             ৮০ = ৫ ✖ ১৬             ৮০ = ৮ ✖ ১০ ∴ ৮০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৫, ৮, ১০, ১৬, ২০, ৪০, ৮০ 
        (ড) ৯১ 
উত্তৰঃ- ৯১ = ১ ✖ ৯১             ৯১ = ৭ ✖ ১৩ ∴ ৯১ ৰ উৎপাদকবোৰ হ’ল = ১, ৭, ১৩, ৯১ 
        (ঢ) ৭৫ 
উত্তৰঃ- ৭৫ = ১ ✖ ৭৫             ৭৫ = ৩ ✖ ২৫             ৭৫ = ৫ ✖ ১৫ ∴ ৭৫ ৰ উৎপাদকবোৰ হ’ল = ১, ৩, ৫, ১৫, ২৫, ৭৫         (ণ) ৩৭ উত্তৰঃ- ৩৭ = ১ ✖ ৩৭ ∴ ৩৭ ৰ উৎপাদকবোৰ হ’ল = ১, ৩৭ 
(২) তলৰ সংখ্যাবোৰৰ উৎপাদক গছ আঁকা।         (ক) ৪৮ উত্তৰঃ- 

(খ) ৬৪ 

উত্তৰঃ- 

(গ) ৫৪ 

উত্তৰঃ- 


(ঘ) ১০০ উত্তৰঃ- 

(৩) (ক) ৩ সংখ্যাটো ৬৫ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। উত্তৰঃ- ৬৫ ÷ ৩ = ২১ বাকী ৰ’ল ২             ৬৫ ক ৩ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব নোৱাৰি। 
            ∴ ৩ সংখ্যাটো ৬৫ ৰ উৎপাদক নহয়। 
(খ) ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। উত্তৰঃ- ৪৪৮ ÷ ৭ = ৬৪             ৪৪৮ ক ৭ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি। 
            ∴ ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয়। 
(গ) ৭৫২ ৰ এটা উৎপাদক ১৬ হয় নে নহয় পৰীক্ষা কৰা। উত্তৰঃ- ৭৫২ ÷ ১৬ = ৪৭             ৭৫২ ক ১৬ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি। 
            ∴ ৭৫২ ৰ এটা উৎপাদক ১৬ হয়। 
(৪) সাধাৰণ উৎপাদক উলিওৱা। (ক) ২৭, ৩০ 
উত্তৰঃ- ২৭ = ১ ✖ ২৭             ২৭ = ৩ ✖ ৯ ∴ ২৭ ৰ উৎপাদকবোৰ হ’ল- ১, ৩, ৯, ২৭ আকৌ,             ৩০ = ১ ✖ ৩০             ৩০ = ২ ✖ ১৫             ৩০ = ৩ ✖ ১০             ৩০ = ৫ ✖ ৬ ∴ ৩০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০ ∴ ২৭ আৰু ৩০ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ৩ 
(খ) ৫৪, ৭২ উত্তৰঃ- ৫৪ = ১ ✖ ৫৪             ৫৪ = ২ ✖ ২৭             ৫৪ = ৩ ✖ ১৮            ৫৪ = ৬ ✖ ৯ ∴ ৫৪ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৬, ৯, ১৮, ২৭, ৫৪ আকৌ,             ৭২ = ১ ✖ ৭২             ৭২ = ২ ✖ ৩৬             ৭২ = ৩ ✖ ২৪             ৭২ = ৪ ✖ ১৮             ৭২ = ৬ ✖ ১২             ৭২ = ৮ ✖ ৯ ∴ ৭২ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৪, ৬, ৮, ৯, ১২, ১৮, ২৪, ৩৬, ৭২ ∴ ৫৪ আৰু ৭২ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৬, ৯, ১৮ 
(গ) ২৮, ৫৬ উত্তৰঃ- ২৮ = ১ ✖ ২৮             ২৮ = ২ ✖ ১৪             ২৮ = ৪ ✖ ৭ ∴ ২৮ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ১৪, ২৮ আকৌ,             ৫৬ = ১ ✖ ৫৬             ৫৬ = ২ ✖ ২৮           ৫৬ = ৪ ✖ ১৪           ৫৬ = ৭ ✖ ৮ ∴ ৫৬ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ৮, ১৪, ২৮, ৫৬ ∴ ২৮ আৰু ৫৬ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ১৪, ২৮ 
(ঘ) ৪০, ৬৪ 
উত্তৰঃ- ৪০ = ১ ✖ ৪০             ৪০ = ২ ✖ ২০             ৪০ = ৪ ✖ ১০             ৪০ = ৫ ✖ ৮ ∴ ৪০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৫, ৮, ১০, ২০, ৪০ আকৌ,             ৬৪ = ১ ✖ ৬৪             ৬৪ = ২ ✖ ৩২             ৬৪ = ৪ ✖ ১৬             ৬৪ = ৮ ✖ ৮ ∴ ৬৪ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮, ১৬, ৩২, ৬৪ ∴ ৪০ আৰু ৬৪ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮ 
(৫) খালী ঠাই পূৰ কৰা। উত্তৰঃ- (ক) ১৮ ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো ১৮ ।(খ) ৫ ৰ  টা উৎপাদক আছে। (গ) ৪০ ৰ আটাইতকৈ সৰু উৎপাদকটো ১ । (ঘ) ২৫ ৰ উৎপাদকৰ সংখ্যা ৩ টা। 
(৬) সত্য নে অসত্য লিখা। (ক) ১ সকলো সংখ্যাৰে উৎপাদক। উত্তৰঃ- সত্য। 
(খ) এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকে। উত্তৰঃ- অসত্য। 
(গ) ৩, ২৭ ৰ উৎপাদক। উত্তৰঃ- সত্য। 
(ঘ) ৪, ৩৫ ৰ উৎপাদক নহয়। উত্তৰঃ- সত্য। 

(ঙ) ২ সংখ্যাটো যিকোনো সংখ্যাৰেই উৎপাদক। উত্তৰঃ- অসত্য। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top