Folklore শব্দটো কোনটো ভাষাৰ পৰা সৃষ্টি হৈছে ?

উত্তৰঃ Folklore শব্দটো চেক্সন ভাষাৰ শব্দ । Folk শব্দৰ অৰ্থ হৈছে জনসমষ্টি আৰু lore শব্দৰ অৰ্থ হৈছে জ্ঞান । অৰ্থাৎ Folklore মানে জনসমষ্টিৰ জ্ঞান ।