Folklore শব্দটো কোনে, ক’ত, কেতিয়া প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰিছিল ?

উত্তৰঃ ১৮৪৬ চনৰ ২২ আগষ্টত প্ৰখ্য়াত চিন্তাবিদ উলিয়াম থমচ জোনে ( ১৮০৩-১৮৫৫) লণ্ডনৰ পৰা প্ৰকাশিত The Athenium ( No. 982) নামৰ আলোচনীত পোন প্ৰথমবাৰৰ বাবে Folklore শব্দটো প্ৰয়োগ কৰিছিল ।