প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?

প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে মৰিচিকা।