অসমৰ লোকবাদ্য়সমূহক প্ৰধানতঃ কি কি ভাগত ভগাব পাৰি ?

উত্তৰঃ অসমৰ লোকবাদ্য়সমূহক প্ৰধানতঃ ফুঁ দি বজোৱা যন্ত্ৰ, তাঁৰৰ যন্ত্ৰ, ঘাত যন্ত্ৰ আদি ভাগত ভগাব পাৰি ।