ফুঁ দি বজোৱা বাদ্য়সমূহৰ ভিতৰত অন্য়তম বাদ্য় কি ?

উত্তৰঃ ফুঁ দি বজোৱা বাদ্য়সমূহৰ ভিতৰত অন্য়তম বাদ্য় হৈছে বাঁহী, পেঁপা, গগণা, কালী, শিঙা, শংখ , সুতুলি আদি।