নিৰ্ভৰশীল ব্যাকৰণ কি ?

উত্তৰ = গাঁথনি টিজি আৰু শব্দ কাৰ্যকৰণ ব্যাকৰণৰ সম্পৰ্ণ ধাৰণাৰে ব্যাকৰণ গঠন প্ৰক্ৰিয়াক শব্দৰ একক সম্পৰ্কে ৰূপে দেখুৱা ব্যাকৰণ ধাৰাক নিৰ্ভৰশীল ব্যাকৰণ আখ্যা দিয়া হৈছে ।