ধ্বনিৰ সৃষ্টি কিদৰে হয় ?

উত্তৰ = হাও ফাওৰ পৰা বাহিৰলৈ ওলাই আহা বায়ুৰ সোঁতৰ নিৰ্গমন পথত বাগিন্দ্ৰয়ৰ সঞ্চালনৰ দ্বাৰা ধ্বনি সৃষ্টি হয়

। কোনো কোনো ক্ষেত্ৰত আকৌ বাহিৰৰ পৰা ভিতৰত বায়ু শুহি লৈয়ো ধ্বনিৰ উচ্চাৰণ কৰা হয় ।