Class 12 Advance Assamese Chapter 2 Question Paper (Part-1)

মানৱ বন্দনা

H.S. পৰীক্ষাত অহা প্রশ্ন

(ক) অতি চমু প্রশ্ন :                                                        মূল্যাংক : ১

১। প্ৰতিমাৰ খনিকৰকাক আখ্যা দিয়া হৈছে? [HS ‘09, ‘11]

২। “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।”

— কথাষাৰৰ বক্তা কোন আছিল? [HS ‘10]

৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্ৰথম কবিতা-পুথিখনৰ নাম কি? [HS ‘15]

8। চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম লিখা ৷ [HS ‘16]

(খ) চমু প্রশ্ন :                                মূল্যাংক : ২/৩/৪

১। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) মানুহেই লগ        মানুহেই সঙ্গ

মানুহেই পৰাপৰ,

    এই যে পৃথিৱী       স্বৰ্গতো অধিক

মানুহৰ নিজাপী ঘৰ ৷[HS ‘09]

(খ) মানুহেই দেৱ       মানুহেই সেৱ [HS ‘12, 15]

মানুহ বিনে নাই কেৱ ।

    কৰা কৰা পূজা     পাদ্য অর্ঘ্য্ লই

জয় জয় মানৱ দেৱ।

(গ) মানুহৰ মৰম             বুজিব মানুহে

ধৰম যে মৰমতে। [HS ‘13, ‘17]

২৷ ‘মানুহেই দেৱ              মানুহেই সেৱ

মানুহ বিনে নাই কেৱ।

____ কবিয়ে মানুৰ বিষয়ে এনেদৰে কোৱাৰ কাৰণ কি [HS’10]

৩। ‘এই যে পৃথিৱী          স্বৰ্গতো অধিক

মানুহৰ নিজাপী ঘৰ।

—কবিয়ে কিয় এনেদৰে কৈছে? [HS ‘11]

৪। ‘প্ৰতিমাখনি সৰু, কিন্তু নিভাঁজ সোণৰ’

____কোনে আৰু কি প্ৰসংগত এই মন্তব্যটি আগবঢ়াইছিল? [HS ‘12]

৫।‘জোনাকীকাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম লিখা । [HS ‘13]

৬।প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক কোন? [HS ‘14]

(গ) ৰচনাধর্মী প্রশ্ন :                               মূল্যাংক : ৫

১।‘মানৱ বন্দনা” কবিতাটিৰ অৰ্ন্তনিহিত সাৰমৰ্মৰ আভাস দিয়া। [HS’14,’18]

২।‘মানৱ বন্দনাকবিতাটিৰ মাজেৰে কবিয়ে কিদৰে মানুহৰ জয়গান গাইছে, লিখা ।[HS ‘16]

Type: Himashree Bora.