Class 12 Advance Assamese Question Paper (Part-6)

অলংকাৰ

H.S. পৰীক্ষাত অহা প্ৰশ্ন

(ক) চমু প্রশ্ন :                                                                                                               মূল্যাংক : ২/৩/৪

১। উদাহৰণসহ বুজাই লিখা :

যমক [HS ‘99, ‘01, ‘03, ‘04, ‘05, ‘07, ‘09, ‘10, ‘11, ‘12, ‘13, 14, 16, ‘17, 18] উপমা [HS ‘99, 2000, ‘04, ‘05, ‘06, ‘08, ‘09, ‘11, ‘13, 14, 15, 16, ‘17,’18] ৰূপক [HS ‘99, 101, 02, 06, 07, 09, 12] শ্লেষ [HS ‘2000, ‘03, ‘04, ‘08, ‘11, ‘13, ‘15, ‘17] উৎপ্রেক্ষা [HS ‘2000, 03, 205, ‘07, 09, ‘12] অনুপ্রাস  [HS ‘01, ‘02, ‘06, ‘08, ‘10, ‘12, ‘13,’14,’15,’16,’18] অতিশয়োক্তি [HS ‘10, 11, ‘12, 13, 14, 16, 18] অপ্রস্তুত প্রশংসা [HS ‘10, 15, 17]

(খ) ৰচনাধর্মী প্রশ্ন:                                                                                                                মূল্যাংক: ৫

১। অলংকাৰ কাক বোলে? ইয়াক কেইভাগত ভগাব পাৰি? প্ৰতিবিধৰে চমু পৰিচয় দিয়া। [HS ‘99, ‘01, ‘03, 06, ‘07, ‘09, ‘10, ‘11, ‘12, ‘13,’18]

২ | সাহিত্যত কিয় অলংকাৰৰ প্ৰয়োজন হয় ? উপযুক্ত কাৰণ দর্শাই এই সম্পর্কে এটি আলচ যুগুত কৰা। [HS ‘2000]

৩। “নৱ ৰসত বাজেও সাহিত্যৰ জেউতি চৰোৱা আৰু এবিধ বস্তু  আছে তাক অলংকাৰ বোলে।” –সাহিত্যৰ জেউতি চৰোৱা অলংকাৰ বুলিলে কি বুজা, লিখা।[HS’02]

৪। ‘নৱ ৰসত বাজেও সাহিত্যৰ জেউতি চৰোৱা আৰু এবিধ বস্তু আছে।” –এইবিধ বস্তু কি? ই কেই প্ৰকাৰ আৰু কি কি? [HS 04]

৫ ৷ অলংকাৰ কাক বোলে? শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজত কি প্রভেদ আছে, উদাহৰণ দি বুজাই লিখা ।[HS ‘05]

৬। শব্দালঙ্কাৰ আৰু অৰ্থালঙ্কাৰ কাক বোলে বুজাই লিখা। [HS ‘08]

৭। সাহিত্যত অলংকাৰ বুলিলে কি বুজা ? ইয়াৰ প্ৰধান ভাগসহ দুটাৰ প্ৰতিটোৰে সূত্ৰ লিখি উদাহৰণ দিয়া। [HS’14,’16]

৮। সাহিত্যত অলংকাৰৰ প্ৰয়োজন কি ? শব্দালংকাৰ আৰু অর্থালংকাৰ কাক বোলে? উদাহৰণসহ বুজাই লিখা ।[HS’15, ‘17]

Type: Himashree Bora.