Class 12 Advance Assamese Question Paper (Part-7)

অসমীয়া সাহিত্যৰ বুৰঞ্জী

H.S. পৰীক্ষাত অহা প্ৰশ্ন

 (ক) অতি চমু প্রশ্নঃ                                মূল্যাংক: ১

১। ‘মনোমতীউপন্যাসখন কোনে ৰচনা কৰিছিল ? [HS ‘07, ‘12]

 ২। অপূর্ণউপন্যাসখন কোনে ৰচনা কৰিছিল ? [HS ‘07,’09, ‘17,’18]

৩। অসমীয়া চুটিগল্পৰ জনক কোন? [HS 07, ‘10]

৪। ‘সাতসৰীগল্প পুথিখন কোনে ৰচনা কৰিছিল ? [HS 07, ‘12]

৫। নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্পৰ ঘাই বৈশিষ্ট্য কি? [HS07]

৬। অ.ভা.উ.সা. সভা কিমান চনত স্থাপিত হৈছিল ? [HS 08, ‘11]

৭। লাহৰীউপন্যাসৰ ৰচক কোন? [HS ‘08,’15]

৮। লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্র উপন্যাসখনৰ নাম কি? [HS 08,’14]

৯। জোনাকীকাকতৰ প্ৰথম সম্পাদক কোন আছিল? [HS ‘09, ]

১০। পদুম কুঁৱৰীকাৰ ৰচনা ? [HS ‘09, ‘12,’16]

 ১১। বাজীকৰকাৰ ৰচনা ? [HS ‘08, 10, 15, 18]

 ১২। জোনাকীকাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল? [HS ‘10, ‘12]

১৩। ভানুমতীউপন্যাসৰ ৰচক কোন? [HS ’10]

১৪। ব্যৰ্থতাৰ দানকাৰ ৰচনা ? [HS ’11]

 ১৫। মিৰি জীয়ৰী‘-ৰ ৰচক কোন ? [HS’11]

১৬। অপূর্ণকোন শ্ৰেণীৰ ৰচনা ? [HS ‘12,’16]

১৭। সাধনাগ্ৰন্থৰ ৰচক কোন ? [HS’13]

১৮। বাজীকৰকোন শ্ৰেণীৰ গ্ৰন্থ ? [HS 13]

১৯ । অসমীয়া সাহিত্যত প্ৰথম উপন্যাসখনৰ নাম কি? [HS’14]

২০। ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি? [HS’14]

২১। শৰৎচন্দ্ৰ গোস্বামীৰ এখন চুটিগল্প পুথিৰ নাম লিখা। [HS’14,’16]

২২। দৈবচন্দ্র তালুকদাৰে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।[HS 15, 17]

২৩। দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ ? [HS’15]  

২৪। ‘দন্দুৱা দ্রোহউপন্যাসৰ ৰচক কোন ? [HS’16]

২৫। আৱাহনকাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল? [HS ‘09, 13]

 ২৬। নির্মল ভকত উপন্যাসখন কোনে লিখিছিল? [HS ‘17]

 ২৭। অসমীয়া সাহিত্যত প্রথম উপন্যাস কোনে ৰচনা কৰে? [HS ‘17]

২৮। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।[HS’18]

২৯। ত্রৈলোক্যনাথ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা ।[HS’18]

 (খ) চমু প্রশ্নঃ                                              মূল্যাংক: ২/৩/৪

১। ৰজনীকান্ত বৰদলৈৰ উপন্যাস সম্পৰ্কে এটি টোকা লিখা।

[HS ‘08,’18]

২। অসমীয়া চুটিগল্পৰ বিকাশত ‘আৱাহন’ কাকতৰ বৰঙণিৰ বিষয়ে চমুকৈ লিখা।[HS ‘08]

৩। লক্ষ্মীনাথ ফুকন অথবা নকুলচন্দ্ৰ ভূঞাৰ গল্প-শিল্পৰ পৰিচয় দাঙি ধৰা[HS ‘08, ‘10]

৪। শৰৎচন্দ্ৰ গোস্বামীৰ চুটিগল্পৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা। [HS ‘09, ‘13]

৫। পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস-সাহিত্যৰ আভাস দিয়া। [HS ‘09]

৬। মহীচন্দ্ৰ বৰা অথবা লক্ষ্মীধৰ শৰ্মাৰ গল্প-সাহিত্যৰ পৰিচয় দাঙি ধৰা ।[HS’09,’11]

৭। অসমীয়া সাহিত্যত উপন্যাস সম্রাটবুলিলে কাক বুজা যায়? তেওঁৰ উপন্যাসকেইখনৰ বিষয়ে এটি পৰিচয়মূলক আলচ দাঙি ধৰা ।[HS ‘10, ‘12]

৮। চুটিগল্পকাৰ হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি মূল্যায়ণ আবঢ়োৱা। [HS ‘10, 11, ‘13]

৯। ৰজনীকান্ত বৰদলৈৰ ঐতিহাসিক উপন্যাসকেইখনৰ চমু আভাস দিয়া। [HS 11, ‘13]

১০। অসমীয়া চুটি গল্পৰ জনক কোন? তেওঁৰ চুটি গল্প সম্পর্কে এটি আলোচনা কৰা ৷[HS’12]

(গ) ৰচনাধর্মী প্রশ্ন :                                      মূল্যাংক : ৫/৬

১। জোনাকী যুগৰ অসমীয়া উপন্যাসৰ বিষয়ে এটি চমু সমীক্ষা আগবঢ়োৱা ।[HS ‘07]

২। শৰৎচন্দ্ৰ গোস্বামী অথবা নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প প্রতিভা সম্পর্কে এটা আলোচনা আগবঢ়োৱা । [ HS 07] |

৩। অসমীয়া সাহিত্যত কোনে প্রথম চুটিগল্প সংযোজন কৰে ? তেওঁৰ চুটিগল্পৰ পুথিসমূহ উল্লেখ কৰি এটি আলোচনা আগবঢ়োৱা ।[HS’14]

৪। পদ্মনাথ গোহাঞিবৰুৱা বা ৰজনীকান্ত বৰদলৈৰ উপন্যাসবোৰৰ চমু পৰিচয় দিয়া ৷[HS’14]

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ চমু পৰিচয় দি তেওঁৰ দ্বাৰা প্ৰাণীত চুটিগল্পৰ পুথিসমূহৰ নাম লিখা[HS’15]

৬। ৰজনীকান্ত বৰদলৈয়ে জনজাতীয় জীৱনক পটভূমি হিচাপে লৈ লিখা উপন্যাসখনৰ নাম কি? তেওঁ ৰচনা কৰা উপন্যাস- সাহিত্যৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা । [HS’15]

৭। অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জীমূলক উপন্যাসৰ স্ৰষ্টা ! হিচাপে ৰজনীকান্ত বৰদলৈৰ অৱদান সম্পৰ্কে লিখা । [HS ‘16]

৮। “ লক্ষীনাথ বেজবৰুৱা পুৰণি সাধুকথা আৰু আধুনিক চুটিগল্পৰ সংযোজক সেতুৰ দৰে।” অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশত বেজবৰুৱাৰ অৱদানৰ বিষয়ে লিখা। [HS ‘16]

৯। অসমীয়া উপন্যাস সাহিত্যলৈ পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান সম্পর্কে এটি আলোচনা যুগুত কৰা।[HS ‘17]

Type: Himashree Bora.