Class 10 Social Science MCQs Answer | Chapter 4 অৰ্থনৈতিক উন্নয়ন

১। কিমান চনত প্ৰথমখন মানৱ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল?  

(ক) ১৯৯০ চনত

(খ) ২০১০ চনত

(গ) ১৮৯০ চনত

Answer: (ক) ১৯৯০ চনত

২।  ২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত কেইটা ধাৰণা সন্নিৱিষ্টি কৰা হৈছে?

(ক) দুটা

(খ) পাচঁটা

(গ) তিনিটা

Answer: (গ) তিনিটা

৩। কেন্দ্ৰীয় চৰকাৰে কিমান চনত পৰিকল্পানা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছিল?

(ক) ২০১৬ চনত

(খ) ২০১৪ চনত

(গ) ২০১৩ চনত

Answer: (খ) ২০১৪ চনত

৪। NITI আয়োগৰ প্ৰথমখন বৈঠক কিমান চনত অনুষ্ঠিত হৈছিল?

(ক) ১৯৭৮ চনৰ জুন মাহত

(খ) ২০১৫ চনৰ ৫ ফেব্ৰুৱাৰী

(গ) ১৮৯৭ চনৰ ২ জানুৱাৰী

Answer: (খ) ২০১৫ চনৰ ৫ ফেব্ৰুৱাৰী

৫। NITI আয়োগৰ অধ্যয় কোন?

(ক) ৰাষ্ট্ৰপতি

(খ) প্ৰধানমন্ত্ৰী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (খ) প্ৰধানমন্ত্ৰী

৬। NITI  আয়োগৰ প্ৰথমখন বৈঠক কত অনুষ্ঠিত হৈছিল?

(ক) দিল্লীত

(খ) মুম্বাই

(গ) অসম

Answer: (ক) দিল্লীত

৭। ভাৰতীয় প্ৰশাসন ব্যৱস্তাৰ কেইটা স্তৰ আছে?

(খ) এটা

(খ) দুটা

(গ) তিনিটা

Answer: (গ) তিনিটা

৮। যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড আৰু  ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্যৱস্থাক কি বোলা হয়?

(ক) মিশ্ৰিত আৰ্থিক ব্যৱস্থা

(খ) শিক্ষা ব্যৱস্থা,

(গ) চিকিৎসা ব্যৱস্থা

Answer: (ক) মিশ্ৰিত আৰ্থিক ব্যৱস্থা

৯। HDI সম্পূণ অৰ্থ কি?

(ক) Human Development Index

(খ) Human Declared Insured

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (ক) Human Development Index

১০। NITI সম্পূণ অৰ্থ কি?

(ক) National Institute for Tuberculosis India

(খ) National Institution for Transforming India

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (খ) National Institution for Transforming India