Class 10 Social Science MCQs Answer | Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা

১। বিনিময় প্ৰথাৰ কোইটা অসুবিধা মন কৰিবলগীয়া?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

Answer: (গ) চাৰিটা

২।মুদ্ৰাৰ ক্ৰমবিকাশৰ কেইটা পৰ্যায় আছে?

(ক) দুটা

(খ) পাটা

(গ) চাৰিটা

Answer: (খ) পাচঁটা

৩। মুদ্ৰাৰ কেইটা বৈশিষ্ট্য মন কৰিবলগীয়া?

(ক) তিনিটা

(খ) পাছটা

(গ) আঠটা

Answer: (গ) আঠটা

৪। কি সামগ্ৰিৰ মূল্য় নাথাকে ?

(ক) মুক্ত

(খ) সক্ৰিয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়?

Answer: (ক) মুক্ত

৫। মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক কি বুলি কোৱা হয়?

(ক) গৌণ

(খ) মুখ্য

(গ) মধ্য

Answer: (খ) মুখ্য

৬। মুদ্ৰা কেই প্ৰকাৰৰ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

Answer: (খ) দুই প্ৰকাৰৰ

৭। কি মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে?

(ক) ধাতুগত মুদ্ৰা

(খ) জন্তু মুদ্ৰা

(গ) কাগজী মুদ্ৰা

Answer: (গ) কাগজী মুদ্ৰা

৮। কি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত?

(ক) সামগ্ৰী মুদ্ৰা

(খ) বিহিত মুদ্ৰা

(গ) ধাতুগত মুদ্ৰা

Answer: (খ) বিহিত মুদ্ৰা

৯। বিহিত মুদ্ৰা কেই প্ৰকাৰৰ?

(ক) পাচঁ প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) দুই প্ৰকাৰৰ

Answer: (গ) দুই প্ৰকাৰৰ

১০। বিনিময় প্ৰথাৰ সামগ্ৰী কি মুদ্ৰা আছিল?

(ক) সামগ্ৰী মুদ্ৰা

(খ) বিহিত মুদ্ৰা

(গ) কাগজী মুদ্ৰা

Answer: (ক) সামগ্ৰী মুদ্ৰা

১১। কি মুদ্ৰা নাথাকিলে লেনদেলৰ ক্ষেত্ৰত আহুকাল দেখা যায়?

(ক) অবিহিত মুদ্ৰা

(খ) আদেশী মুদ্ৰা

(গ) সসীম বিহিত মুদ্ৰা

Answer: (গ) সসীম বিহিত মুদ্ৰা

১২। চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা কি মুদ্ৰা সমৰ্থিত?

(ক) প্ৰতীক মুদ্ৰা

(খ) আদেশী মুদ্ৰা

(গ) অবিহিত মুদ্ৰা

Answer: (খ) আদেশী মুদ্ৰা

১৩। ৰিক্স বেংক কিমান চনত স্থাপিত হৈছিল?

(ক) ১৬৮৯ চনত

(খ) ১৯৮৯ চনত

(গ) ১৬৫৬ চনত

Answer: (গ) ১৬৫৬ চনত

১৪। সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো নাম কি?

(ক) ভাৰতীয় ৰিজাৰ্ভ বেংক

(খ) ৰিক্স বেংক

(গ) কেন্দ্ৰীয় বেংক

Answer: (খ) ৰিক্স বেংক

১৫। ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল ?

(ক) ১৮৯০ চনত

(খ) ১৯৩৫ চনত

(গ) ১৯৮৯ চনত

Answer: (খ) ১৯৩৫ চনত

১৬। SBI সম্পূণ অৰ্থ কি?

(ক) State Bank of India

(খ) Small Bank of India

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (ক) State Bank of India

১৭। সঞ্চয় কেই প্ৰকাৰৰ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

Answer: (গ) তিনি প্ৰকাৰৰ

১৮। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভৰতবৰ্ষৰ মুঠ কিমান শতাংশ লোকে বেংকত হিচাপ খুলিছিল?

(ক) ৩৭ শতাংশ

(খ) ৩৮ শতাংশ

(গ) ৩৬ শতাংশ

Answer: (গ) ৩৬ শতাংশ

১৯। কিমান চনত নাবাৰ্ড স্থাপন কৰা হৈছিল?

(ক) ১৯৮২ চনত

(খ) ১৭৮৯ চনত

(গ) ১৭৬৭ চনত

Answer: (ক) ১৯৮২ চনত

২০। কিমান চনত ছিদবি আইন গৃহীত কৰা হৈছিল?

(ক) ১৭৯০ চনত

(খ) ১৯৮৯ চনত

(গ) ১৯৪০ চনত

Answer: (খ) ১৯৮৯ চনত