অসমৰ নদ-নদী । অধ্যায় ৭ । Class 8 Social Science Geography Lesson 7 Question and Answer Assam | SCERT Class 8 S.Science Geography Lesson 7 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৭ অসমৰ নদ-নদী পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অসমৰ নদ-নদী

১। চমু উত্তৰ লিখা — 

(ক) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি ?

উত্তৰ- চেমা- য়ুং-দুং হিমবাহ 

(খ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈর্ঘ্য কিমান ? 

উত্তৰ- ২,৯০৬ কিল মিটাৰ

(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে ?

উত্তৰ-তিব্বত

(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ? 

উত্তৰ- ইংৰাজী V আকৃতিৰ দৰে হয়

(ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে ?

উত্তৰ- তিব্বত,চীন,ভাৰত আৰু বাংলাদেশ

২। শুদ্ধ উত্তৰটো লিখা 

(ক) গিৰিখাত নিম্নভূমি / মোহনা / উচ্চভূমি অঞ্চলৰ ভূ – আকৃতি ।

উত্তৰ- উচ্চভূমি

(খ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পর্বত / সমভূমি / মালভূমিত দেখা যায় । 

উত্তৰ-সমভূমি

(গ) প্লাৱনভূমিত থকা চৰ – চাপৰি নৈৰ খনন / পৰিবহণ / অৱক্ষেপণৰ ফলত সৃষ্টি হয় । 

উত্তৰ- অৱক্ষেপণ

(ঘ) বৰাক নৈ অসমৰ ২ / ৩ / ৪খন জিলাৰ মাজেৰে বৈ গৈছে ।

উত্তৰ- ৩ খন ǀ

৩ । সোঁফালৰ লগত বাওঁফাল মিলোৱা 

চাংপোএকা – বেঁকা গতি পথ
অৰুণাচল প্রদেশমাজুলী
সর্পিলচিয়াং
কলংতিব্বত
নদী দ্বীপসুঁতি

উত্তৰ-  

৪ । চমু টোকা লিখা — 

(ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য 

উত্তৰ- 

(খ) নৈৰ মধ্যগতি অংশৰ কার্য ।

উত্তৰ- 

(গ) নৈৰ নিম্নগতি অংশৰ কার্য ।

উত্তৰ-

(ঘ) বৰাক নৈৰ গতিপথ ।

উত্তৰ- নগালেণ্ড, মণিপুৰৰ সীমান্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে । উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ-মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পিছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমায় । ভাৰত বাংলাদেশত সীমান্ত নৈখন দুভাগত বিভক্ত হয় । তাৰে এভাগে কুছিয়াৰা আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায় । কিছুদূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে । বৰাক নৈখন প্ৰায় ৯০০ কিল’মিটাৰ দীঘল । ই প্ৰায় ৩০ মিটাৰৰ পৰা ৩০০ মিটাৰ পৰ্যন্ত বহল । নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল ।

৫ । উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বর্তমান কি কি নামেৰে জনা যায় লিখা । 

উত্তৰ- 

৬ । ভাৰতৰ উত্তৰ – পূব অঞ্চলৰ এখন নক্সা মানচিত্র অংকন কৰি ভূ – চিত্ৰাৱলীৰ সহায় লৈ তলত দিয়া অবয়ৱসমূহ বহুওৱা । 

১ । অৰুণাচল হিমালয়   ১১ । দিবং 

২ । বৰাইল পর্বত           ১২ । লোহিত 

৩ । কার্বি মালভূমি ।      ১৩ । পাগলদিয়া

৪ । খাছীয়া – জয়ন্তীয়া পাহাৰ  ১৪ । মানাহ 

৫ । নগা পাহাৰ             ১৫ । দিখৌ 

৬ । মণিপুৰ                  ১৬ । ধনশিৰি 

৭ । মিজোৰাম               ১৭ | বৰাক 

৮ | গাৰোপাহাৰ            ১৮ । জাতিংগা উপনৈ 

৯ । ব্রহ্মপুত্র                 ১৯ । ধলেশ্বৰী 

১০ । সোৱণশিৰি          ২০ । সোণাই 

উত্তৰ-    

৭ । নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা ।উত্তৰ- 
৮ । বাতৰি কাকত , আলোচনী আদিত প্রকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্র সংগ্রহ কৰি এটি এলবাম প্রস্তুত কৰা । 

৯ । গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা । প্রয়োজনবোধে শিক্ষক আৰু ভূ – চিত্ৰাৱলীৰ সহায় ল ’ বা । ।

উত্তৰ-