ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ । Chapter 8 | অধ্যায় ৮ । Class 8 Social Science Geography Lesson 8 Question and Answer Assam | SCERT Class 8 S.Science Geography Chapter 8 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল অধ্যায় ৮ ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

১) চমু উত্তৰ দিয়া

(ক) স্কেল বা মাপনী বুলিলে কি বুজা ?

উত্তৰ-মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকে স্কেল বা মাপনী বোলে ǀ 

(খ) ভৌগোলিক তথ্য ব্যৱস্হা বুলিলে কি বুজা ?

উত্তৰ- যিটো ব্যৱস্হাই তথ্যসংগ্ৰহ,পৰীক্ষণ,বিশ্লেষণ,প্ৰদৰ্শন আধি কাৰ্য পৃথিৱীৰ বিভিন্ন স্হানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্হা বোলে ǀ

২) শুদ্ধ উত্তৰটোত ☑ চিন দিয়া

ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছল

(১)ইৰাট’স্হনিচে (২) ট’লেমিয়ে(৩)কাৰ্লৰিটাৰে

উত্তৰ-(২) ট’লেমিয়ে  

খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল-

(১) নিৰূপক ভগ্নাংশ(২) ৰৈখিক স্কেল(৩) ভাষাৰ স্কেল

উত্তৰ- (১) নিৰূপক ভগ্নাংশ

গ)আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে-

(১) মিছৰত(২) মেছ’প’টেনিয়ামত(৩) চীনত

উত্তৰ- (২) মেছ’প’টেনিয়ামত

৩) বহলাই লিখা-মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ সম্বন্ধে এটি টোকা লিখা ǀ

উত্তৰ-