বৰ্তমান অসমৰ চাৰিসীমা

উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান। পূৱে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা। পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ।