Class 5 Assamese Chapter 13 | ওজা-পালি | MCQs Short Question Answer SCERT School |

Chapter 13

ওজা-পালি

১। ওজা-পালি কি?

(ক)লোক-নাট্য অনুষ্ঠান

(খ)সাংস্কৃতিক অনুষ্ঠান

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)লোক-নাট্য অনুষ্ঠান

২। ওজা-পালিৰ মুখ্য পালিজনক কি বোলা হয়?

(ক)পালি

(খ)ওজা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ওজা

৩। ওজাৰ দলত কিমানজন পালি থাকে?

(ক)সাত-আঠজনমান

(খ)ন-দহজনমান

(গ)পাঁচ-ছয়জনমান

উত্তৰঃ (গ)পাঁচ-ছয়জনমান

৪। পালিসকলৰ মাজত থকা মুখ্য পালিজনক কি বোলে?

(ক)ডাইনা-পালি

(খ)ওজা

(গ)মুখ্য পালি

উত্তৰঃ (ক)ডাইনা-পালি

৫। ওজা-পালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা?

(ক)আধুনিক

(খ)অতি সাধাৰণ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)অতি সাধাৰণ

৬। মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল?

(ক)নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে

(খ)তীৰ্থস্থান সমূহ ভ্ৰমণ কৰিবৰ বাবে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে

৭। দোহাৰে শব্দৰ অৰ্থ কি?

(ক)আকৰ্ষিত

(খ)বুজিব পৰা

(গ)পুনৰ গায়

উত্তৰঃ (গ)পুনৰ গায়

৮। সৌষ্ঠৱ শব্দৰ অৰ্থ কি?

(ক)সৌন্দৰ্য

(খ)লৰাই

(গ)আকৰ্ষিত

উত্তৰঃ (ক)সৌন্দৰ্য

৯। দোলাই শব্দৰ অৰ্থ কি?

(ক)লৰাই

(খ)বুজিব পৰা

(গ)সৌন্দৰ্য

উত্তৰঃ (ক)লৰাই

১০। আকৃষ্ট শব্দৰ অৰ্থ কি?

(ক)বুজিব পৰা

(খ)সৌন্দৰ্য

(গ)আকৰ্ষিত

উত্তৰঃ(গ)আকৰ্ষিত

১১। পুতলা নাচত পুতলাবোৰ কিহেৰে তৈয়াৰ কৰা হয়?

(ক)কাঠেৰে

(খ)কুঁহিলাৰে

(গ)বাঁহেৰে

উত্তৰঃ (খ)কুঁহিলাৰে

১২। কুশান গান কোন জিলাত প্ৰচলিত এবিধ নৃত্য-গীত?

(ক)গোৱালপাৰা জিলাত

(খ)মাজুলী জিলাত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)গোৱালপাৰা জিলাত

১৩। খুলীয়া ভাওনাত ঢোলৰ সলনি কি ব্যৱহাৰ কৰে?

(ক)তাল

(খ)পেঁপা

(গ)খোল

উত্তৰঃ (গ)খোল

১৪। মিচিংসকলৰ সমাজত চলি থকা লোক-নাট্য অনুষ্ঠান বিধ কি?

(ক)চ’মাংকান

(খ)খেৰাই

(গ)গোমৰাগ

উত্তৰঃ (গ)গোমৰাগ

১৫। কাৰ্বিসকলৰ সমাজত চলি থকা লোক-নাট্য অনুষ্ঠান বিধ কি?

(ক)খেৰাই

(খ)চ’মাংকান

(গ)গোমৰাগ

উত্তৰঃ (খ)চ’মাংকান

১৬। বড়োসকলৰ সমাজত চলি থকা লোক-নাট্য অনুষ্ঠান বিধ কি?

(ক)খেৰাই

(খ)গোমৰাগ

(গ)চ’মাংকান

উত্তৰঃ (ক)খেৰাই

১৭।খুঁটি-পোত শব্দৰ অৰ্থ কি?

(ক)চটাই ঢৰা

(খ)থাকিবলৈ ঠাই ল

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)থাকিবলৈ ঠাই ল

১৮। ঢুলীয়া ভাওনাত ওজা ঢুলীয়া সকলে কি বজায়?

(ক)বৰ ঢোল

(খ)ঢোল

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)বৰ ঢোল

১৯। ডাইনা-পালিজন প্ৰধানকৈ কি হয়?

(ক)ওজা

(খ)পালি

(গ)সুৰসিক

উত্তৰঃ (গ)সুৰসিক

২০। বোধগম্য শব্দৰ অৰ্থ কি?

(ক)বুজিব পৰা

(খ)সৌন্দৰ্য

(গ)লৰাই

উত্তৰঃ (ক)বুজিব পৰা