Class 5 Assamese Chapter 17 MCQ’s Sankardev School | জোনাক নিশা | Class 5 Assamese Chapter 17 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-17

জোনাক নিশা

১। জেউতি অৰ্থ কি ?
(ক) আন্ধাৰ
(খ) পোহৰ
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) পোহৰ।

২। জোনাক ৰাতিৰ শোভা দেখি তোমাৰ কেনে লাগে ?
(ক) বেয়া লাগে
(খ) দেখিলেই দেহ-মন জুৰ পৰি যায়
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) দেখিলেই দেহ-মন জুৰ পৰি যায়।


৩। বিতোপন অৰ্থ কি ?

(ক) অতি সুন্দৰ
(খ) সৌন্দৰ্য
(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।


৪। জোনাক নিশা কবিতাটো কবি নাম কি ?
(ক) মিত্ৰদেৱ মহন্ত
(খ) মঃ চোলেইমান খাঁ
(গ) নৱকান্ত বৰুৱা

উত্তৰঃ (খ) মঃ চোলেইমান খাঁ।


৫। নৈ-বিল,ঘৰ-বাৰী সকলোতে জোনৰ কি পৰে ?
(ক) পোহৰ পৰে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) পোহৰ নপৰে

উত্তৰঃ (খ) মঃ চোলেইমান খাঁ।


৬। জুৰ অৰ্থ কি ?
(ক) শীতল
(খ) গৰম
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) শীতল।


৭। জোনাটিৰ কেউকাষে তৰাবোৰে কি কৰি হাঁহে আৰু নাচে ?
(ক) তিৰবিৰ কৰি হাঁহে আৰু নাচে
(খ) জকমক কৰি
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) তিৰবিৰ কৰি হাঁহে আৰু নাচে।


৮। জুৰি অৰ্থ কি ?

(ক) আগুৰি থকা
(খ) আগুৰি নধৰা
(গ) ইযাৰ পৰা এটাও নহয়

উত্তৰঃ (ক) আগুৰি থকা।


৯। শোভা অৰ্থ কি ?
(ক) সৌন্দৰ্য
(খ) পো়হৰ
(গ) ইযাৰ পৰা এটাও নহয়

উত্তৰঃ (ক) সৌন্দৰ্য।


১০। জোনটিয়ে আকাশত কি কৰি আছে ?

(ক) তিৰবিৰাই আছে
(খ) জকমক কৰি আছে
(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) জকমক কৰি আছে।


১১। তৰাবোৰে কেউকাষে কি কৰি আছে ?
(ক) তিৰবিৰাই আছে
(খ) জকমক কৰি আছে
(গ) জেউতি চৰাই আছে

উত্তৰঃ (ক) তিৰবিৰাই আছে।


১২। অসীম আকাশ জুৰি শোভে ।
(ক) জোনাক
(খ) তিৰবিৰ
(গ) বিতোপন

উত্তৰঃ (গ) বিতোপন।


১৩। বিশ্বপতি শব্দৰ অৰ্থ কি ?
(ক) অতি সুন্দৰ
(খ) পৰমেশ্বৰ
(গ) সৌন্দৰ্য

উত্তৰঃ (খ) পৰমেশ্বৰ।


১৪। আকাশত জোনটি জ্বলি থাকে ।
(ক) জকমক কৰি
(খ) তিৰবিৰ কৰি
(গ) ছেও ধৰি

উত্তৰঃ (ক) জকমক কৰি।


১৫। নতি শব্দৰ অৰ্থ কি ?
(ক) গৰাকী
(খ) শীতল
(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়।


১৬। সকলো শোভাৰ গিৰী কোন ?
(ক) নতি
(খ) বিশ্বপতি
(গ) আনন্দ

উত্তৰঃ (ক) নতি।


১৭। কোনেনো জোনাক ৰাতি চোৱা আজি __
(ক) ভাই
(খ) ককাই
(গ) আই

উত্তৰঃ (ক) ভাই।


১৮। জোনাক ৰাতি শোভাৰ বাবে কবিয়ে কাৰ ওচৰত মূৰ দোৱাইছে ?
(ক) জোনটোৰ আগত
(খ) তৰাবোৰৰ আগত
(গ) বিশ্বপতিৰ আগত

উত্তৰঃ (গ) বিশ্বপতিৰ আগত।


১৯। গিৰী শব্দৰ অৰ্থ কি ?
(ক) গৰাকী
(খ) গৰখীয়া
(গ) গৰু থোৱা ঘৰ

উত্তৰঃ (ক) গৰাকী।


২০। ৰূপালী জেউতি পৰি আছে যেন

(ক) নাচি
(খ) হাঁহি
(গ) হালি-জালি

উত্তৰঃ (খ) হাঁহি।

Type By- Subhas Nath