অসমত চেনীকল ক’ত ক’ত আছে ?

বৰুৱা বামুণ গাওঁ , বিশ্বনাথ চাৰিআলি , কামপুৰ আৰু চাৰগোলা ( কৰিমগঞ্জত ) ত ।