কাছাইট ৰজাসকলে ইজিপ্তৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰাখিছিল । ইয়াৰ মূলতে দুটা কাৰণ কি আছিল ?

উত্তৰঃ কাছাইট ৰজাসকলে ইজিপ্তৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰাখিছিল । ইয়াৰ মূলতে দুটা কাৰণ আছিল-

(১) বাণিজ্যিক সম্পৰ্কৰ যোগেদি ইজিপ্তৰ সৈতে এক সুস্থ কূটনৈতিক সম্পৰ্ক বজাই ৰাখিছিল যাতে ইজিপ্তৰ ৰজাৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা নহয় ।

(২) এই বাণিজ্যিক লেনদেনে কাছাইট ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰিছিল ।