ছাং যুগত ৰথত তিনিজন আৰোহী উঠিব পৰিছিল । তেওঁলোক কোন আছিল ?

উত্তৰঃ ছাং যুগত ৰথত তিনিজন আৰোহী উঠিব পৰিছিল । তেওঁলোক হ’ল-

(i) অভিজাত বা যোদ্ধা

(ii) সাৰথি আৰু

(iii) এজন সেৱক

(সেৱকে যোদ্ধাক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল ) ।