Might Learn Logo Might Learn

AJB Class 7 History Chapter 7 Answer 2026 | অসমৰ ৰাস্তা – ঘাট , আলিপদূলি , দলং , সাঁকো | Lesson 7 | Class 7 History Question Answer | AJB |

অধ্যায়ঃ ৭

অসমৰ ৰাস্তা – ঘাট , আলিপদূলি , দলং , সাঁকো

   

১। চমু উত্তৰ লিখা । 

ক) গড়গাঁও ৰাজধানীৰ পৰা বহিঃৰাজ্যৰ লগত সম্পর্ক ৰাখিবলৈ সজা আলিটোৰ নাম কি আছিল ?

উত্তৰঃ গড়গাঁও ৰাজধানীৰ পৰা বহাঃগাজ্য়ৰ নগত সম্পৰ্ক ৰাখিবলৈ সজা আলিটোৰ নাম বৰআলি আছিল। 

খ ) ধােদৰ আলিটো বর্তমান ক’ৰপৰা কলৈকে বিস্তৃত ?

উত্তৰঃ ধোদৰ আলিটো বৰ্তমান গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ চেউনী আলিৰ পৰা আৰম্ভ হৈ তিতাবৰ, আমগুৰি, নামতি, নাজিৰা, গড়গাঁৱৰ কাষেদি শিমলুগুৰি, চৰাইদেউ, সোণাৰী, নামৰুপ হৈ নাহৰকটীয়াৰ জয়পুৰলৈ বিস্তৃত।

গ) বিবুধি গড় কোনে সজাইছিল ?

উত্তৰঃ বিবুধি গড়  

ঘ ) নামদাঙৰ শিলৰ সাঁকোড়াল বর্তমান কোনটো ৰাষ্ট্ৰীয় পথত পৰে ? 

উত্তৰঃ নামদাঙৰ শিলৰ সাঁকোডাল বৰ্তমান ৩৭ নং ৰাষ্টীয় পথত পৰে।

২। চমুটোকা লিখা । 

ক )গগাহাঁই কমল আলি 

উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে প্ৰথমবাৰ চিলাৰায়ৰ নেতৃত্বত আহোম ৰাজ্য় আক্ৰমণ কৰোতেঁ যাতায়ত  ব্য়ৱস্থাৰ অসুবিধাৰ  বাবে পৰা৩জয় বৰণ কৰিছিল । সেয়ে আন এজন ভায়েক গোহাই কমলৰ তত্বাৱধনাত ডফলা পাহাৰৰ নামনিয়েদি কোচ ৰাজ্য়ৰ পৰা লক্ষীমপুৰৰ নাৰায়ণপুৰলৈকে এটা আলিবাট বন্ধাইছিল। আৰু এই আলিবটোৰ নাম ৰখা হৈচিল গোহাঁই কমল আলি।  

খ ) ফকৰা – যােজনাত অসমৰ আলিবাট

উত্তৰঃ এই উত্তৰ তোমালোকৰ বাবে উত্তৰ কমেণ্ট কৰি কোৱা নাই বা আমাৰ WhatsApp Number  SMS কৰি কোৱা । 

গ ) বৰ আলি । 

উত্তৰঃ গড়গাঁও নগৰৰপৰা দক্ষিণলৈ বৰদুৱাৰ পাৰ হৈ বৰআলি নিৰ্মাণ কৰা হৈছিল। চুণপোৰাৰ ওচৰত দিখৌ নৈৰ বৰঘাটেদি পাৰ হৈ  দক্ষিণে মেচাগড়-বগীদৈলৰ ওচৰত হাঁহগড়ত লাগি জয়সাগৰ গৌৰীসাগৰ হৈ দিখৌমুখত শেষ হৈছে।  এইটো আছিল আহোম ৰাজ্য়ৰ  মুখ্য় বা প্ৰধান আলিবাট। বৰ্তমান ই জয়সাগৰৰ পৰাগৌৰীসাগৰলৈকে ৩৭ নং ৰাষ্টীয় ঘাই পথত পৰে।

৩। আহােম যুগৰ আলিবাট আৰু যাতায়াত ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ আহোমসকলে বিভিন্ন কামৰ সুবিধাৰ কাৰণে আলিবাটবোৰ সজাইছিল। প্ৰজাৰ সুবিধাৰ বাবেই হওক বা ৰজাৰ সুবিধাৰ বাবেই হওক এই যাতায়ত ব্য়ৱস্থাই ক্ৰমান্বয়ে উন্নতি সাধিছিল। অৱশ্য় তেতিয়াৰ সুৰক্ষা বা প্ৰতিৰক্ষাৰ বাবে সজোৱা বহুতো গড় আজিকালি আলিলৈ  ৰুপান্তৰ কৰা হৈছিল।  ৰাজধানীৰ লগত সংলগ্ন  বহুতো আলি-পদূলিৰ সম্ভেদ পোৱালৈ চাই যাতায়ত ৱ্য়ৱস্থা সুৰক্ষিত আছিল বুলি কব পাৰি।  

৪। আহােম যুগৰ যিকোনাে তিনিটা আলিবাটৰ বর্তমান স্থিতি উল্লেখ কৰা ।

উত্তৰঃ  আহোম যুগৰ যিকোনো তিনিটা আলিবাটৰ বৰ্তমান স্থিতি হ’লঃ

ধোদৰ আলি-গোলাঘাট জিলাৰ কমাৰহ গাঁৱৰ চেউনী  আলিৰপৰা আৰম্ভ হৈ তিতাবৰ, আমগুৰি, নামতি, নাজিৰা, গড়গাঁৱৰ কাষেদি শিমলুগুৰি, চৰাইদেউ সোণাৰী, নামৰিপ হৈ নাহৰকটীয়াৰ জয়পুৰলৈ বিস্তৃত।

    চেউনী আলি- গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ পৰা দেৰগাও, যোৰহাট জাজী-হাঁহচৰাহৈ চামগুৰিলৈ এই আলিবাটো বন্ধোৱা হৈছিল।

   বৰবৰুৱা আলি-শিৱসাগৰৰ পৰা ডিমৌ, মৰাণ, হৈ ডিব্ৰুগড়লৈ  বৰ্তমাৰ ৩৭ নং  ৰাষ্টীয় ঘাই পথটোৱোি হল- তেতিয়াৰ বৰবৰুৱা আলি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects