গোটঃ 8 সমসাময়িক বিতর্ক, সমস্যা আৰু সম্ভাৱনা অতি চমু প্রশ্নোত্তৰ ১। ‘সেউজ অর্থনীতি’ (Green Economy) কি? উত্তৰ: সেউজ অর্থনীতি হৈছে এনে অর্থনীতি য’ত পৰিৱেশ সংৰক্ষণৰ সৈতে অর্থনৈতিক বিকাশ একেলগে আগবাঢ়ে। ২। স্বৈৰাচাৰিতাই সমাজত কি ধৰণৰ হিংসা সৃষ্টি কৰে? উত্তৰঃ স্বৈৰাচাৰিতাই বৌদ্ধিক স্বাধীনতা হৰণ কৰে, ন্যায়বিচাৰক প্রশ্নবিদ্ধ কৰে আৰু নাগৰিক অধিকাৰ লংঘন কৰে। ৩। মানৰ সুৰক্ষাৰ প্ৰধান ভাবুকি কি কি? উত্তৰঃ দাৰিদ্র্য, সংঘাত, পৰিৱেশ সংকট, ৰাজনৈতিক দমন আৰু ৰোগবিস্তাৰ। ৪। MDG আৰু SDGৰ মাজত মূল পার্থক্য কি? উত্তৰ: MDG দাৰিদ্র্য আৰু স্বাস্থ্যত কেন্দ্রিত, কিন্তু SDG পৰিৱেশ, অর্থনীতি আৰু সমাজ- সকলো দিশ আৱৰি লৈছে। ৫। বহনক্ষম উন্নয়ন (Sustainable Development)ৰ মূল সূত্র কি?