পূৰণ
অনুশীলনী ২(ক)
পাঠঃ- ২ (১) নেওতা মনত পেলাই পূৰণফলবোৰ লিখা। উত্তৰঃ- (ক) ৭ ✖ ৯ = ৬৩(খ) ৮ ✖৬ = ৪৮(গ) ৬ ✖ ৯ = ৫৪(ঘ) ৪ ✖ ৮ = ৩২(ঙ) ৩ ✖ ১৪ = ৪২(চ) ১৮ ✖ ৫ = ৯০(ছ) ১৯ ✖ ৪ = ৭৪(জ) ১৫ ✖ ৭ =
১০৫(ঝ) ১৩ ✖ ৭ = ৯১(ঞ) ১২ ✖ ৮ = ৯৬(ট) ১৭ ✖ ৪ = ৬৮(ঠ) ১১ ✖ ৮ = ৮৮(ড) ১৬ ✖ ৩ = ৪৮(ঢ) ৫ ✖ ২০ = ১০০
(২) পূৰণফল উলিওৱা। উত্তৰঃ-
(৩) পূৰণফল উলিওৱা। উত্তৰঃ-
(৪) পূৰণফল উলিওৱা। উত্তৰঃ- (ক) ৪ ✖ ৬ ✖ ৯ = ২১৬ (খ) ৮ ✖ ৯ ✖ ১৫ = ১,০৮০(গ) ১২ ✖ ২০ ✖ ৪৮ = ১১,৫২০(ঘ) ১৩ ✖ ১৯ ✖ ৪২ = ১০,৩৭৪(ঙ) ৪ ✖ ৭ ✖ ১২ ✖ ১৮ = ৬,০৪৮(চ) ৬ ✖ ৯ ✖ ১২ ✖ ৩২ = ৭,০০,০০০
(৫) মুখে মুখে পূৰণ কৰা। উত্তৰঃ- (ক) ৩০০ ✖ ৮০ = ২৪,০০০(খ) ৪০০০ ✖ ২০ = ৮০,০০০(গ) ২০০০ ✖ ৩০০০ = ৬০,০০,০০০(ঘ) ১২০০ ✖ ৭০০ = ৮,৪০,০০০(ঙ) ৯০০ ✖ ৮০০০ = ৭২,০০,০০০(চ) ১৪০০ ✖ ৫০০ = ৭,০০,০০০
(৬) খালী ঠাই পূৰ কৰা। উত্তৰঃ- (ক) ৫ ✖ ১০০ = ৫০০(খ) ৬ ✖ ১০০০ = ৬০০০(গ) ৭২ ✖ ১০০০ = ৭২০০০(ঘ) ৩৯৫২ ✖ ১০০ = ৩৯৫২০০(ঙ) ৫৮৪০ ✖ ১০০ = ৫৮৪০০০(চ) ৩০০০ ✖ ১০০০ = ৩০০০০০০(ছ) ৬৫০ ✖ ১ = ৬৫০(জ) ১ ✖ ৭৮৫৯ = ৭৮৫৯(ঝ) ৩৫৪ ✖ ০ = ০(ঞ) ৭৮৫ ✖ ৬৯২ = ৬৯২ ✖ ৭৮৫(ট) (১৫ ✖ ৪০) ✖ ১৩ = ১৫ ✖ (৪০ ✖ ১৩)
পাঠঃ- ২ পূৰণ
অনুশীলনী ২(খ)
(১) এটা চোলাৰ দাম ৬৭৫ টকা। তেনে ৮২টা চোলাৰ দাম কিমান হ’ব? উত্তৰঃ- দিয়া আছে, এটা চোলাৰ দাম = ৬৭৫ টকা
∴ ৮২টা চোলাৰ দাম হ’ব = (৬৭৫ ✖ ৮২) টকা = ৫৫,৩৫০ টকা
(২) এখন ক্ৰিকেট বেটৰ দাম ১৪৫০ টকা। তেনেকুৱা ৫ খন বেটৰ দাম কিমান হ’ব? উত্তৰঃ- দিয়া আছে, এখন ক্ৰিকেট বেটৰ দাম = ১৪৫০ টকা
∴ তেনেকুৱা ৫ খন বেটৰ দাম হ’ব = (১৪৫০ ✖ ৫) টকা = ৭,২৫০ টকা
(৩) গণিতৰ এখন কিতাপৰ দাম ৭৫ টকা। ৪৫ খন কিতাপৰ মুঠ দাম কিমান হ’ব? উত্তৰঃ- দিয়া আছে, গণিতৰ এখন কিতাপৰ দাম = ৭৫ টকা ∴ ৪৫ খন কিতাপৰ মুঠ দাম হ’ব = (৭৫ ✖ ৪৫) টকা = ৩,৩৭৫ টকা
(৪) এটা কমলাৰ দাম ৭ টকা। ১৮ যোৰ কমলাৰ দাম কিমান হ’ব? (১ যোৰ = ২টা)উত্তৰঃ- দিয়া আছে, এটা কমলাৰ দাম = ৭ টকা
∴ ১৮ যোৰ কমলাৰ দাম হ’ব = ১ যোৰ = ২টা
∴ ১৮ যোৰ = (১৮ ✖ ২) যোৰ = ৩৬ টা
∴ ১৮ যোৰ কমলাৰ দাম হ’ব = (৩৬ ✖ ৭) টকা = ২৫২ টকা
(৫) এটা তামোলৰ দাম ৪ টকা। ১৫ গণ্ডা তামোলৰ দাম কিমান হ’ব? (১ গণ্ডা = ৪টা) উত্তৰঃ- দিয়া আছে, এটা তামোলৰ দাম = ৪ টকা
∴ ১৫ গণ্ডা তামোলৰ দাম হ’ব = ১ গণ্ডা = ৪টা ∴ ১৫ গণ্ডা = (১৫ ✖ ৪) গণ্ডা = ৬০ টকা
∴ ১৫ গণ্ডা তামোলৰ দাম হ’ব = (৬০ ✖ ৪) টকা = ২৪০ টকা
(৬) এক দিস্তা কাগজৰ দাম ১৮ টকা। ৭২ ৰীম কাগজৰ দাম কিমান হ’ব ? (১ ৰীম = ২০ দিস্তা)উত্তৰঃ- দিয়া আছে, এক দিস্তা কাগজৰ দাম = ১৮ টকা
∴ ৭২ ৰীম কাগজৰ দাম হ’ব = ১ ৰীম = ২০ দিস্তা
∴ ৭২ ৰীম = (৭২ ✖ ২০) ৰীম = ১,৪৪০ ৰীম
∴ ৭২ ৰীম কাগজৰ দাম হ’ব = (১৪৪০ ✖ ১৮) টকা = ২৫,৯২০ টকা
(৭) শইকীয়াই মাহিলি ৮২৫০ টকাকৈ ঘৰভাড়া দিয়ে। তেওঁ এবছৰত মুঠতে কিমান টকা ঘৰভাড়া দিয়ে ?উত্তৰঃ- দিয়া আছে, শইকীয়াই মাহিলি ঘৰভাড়া দিয়ে = ৮২৫০ টকা
∴ তেওঁ এবছৰত মুঠতে ঘৰভাড়া দিয়ে =
১ বছৰ = ১২ মাহ
∴ ১ বছৰ = (১২ ✖ ৮২৫০) টকা ৯৯,০০০ টকা
(৮) এটা কণীৰ দাম ৭ টকা। এজন বেপাৰীয়ে ১৫০ ডজন কণী কিনে। তেওঁৰ কিমান টকা খৰচ হ’ল? (১ ডজন = ১২ টা)উত্তৰঃ- দিয়া আছে, এটা কণীৰ দাম = ৭ টকা
∴ ১৫০ ডজন কণীৰ দাম হ’ব = (১ ডজন = ১২ টা)
∴ ১৫০ ডজনত কণী থাকে = (১৫০ ✖ ১২) = ১,৮০০ টা
∴ ১৫০ ডজন কণীৰ দাম = (১,৮০০ ✖ ৭) টকা = ১২,৬০০ টকা
(৯) আলুৰ এটা বস্তাৰ ওজন ৪৫ কিল’গ্ৰাম। তেনে ৬২৫ টা বস্তাৰ মুঠ ওজন কিমান হ’ব? উত্তৰঃ- দিয়া আছে, এটা আলু বস্তাৰ ওজন = ৪৫ কিল’গ্ৰাম
∴ ৬২৫ টা আলু বস্তাৰ ওজন হ’ব = (৬২৫ ✖ ৪৫) কিল’গ্ৰাম = ২৮,১২৫ কিল’গ্ৰাম
(১০) এবছৰত ৩৬৫ দিন। এদিনত ২৪ ঘণ্টা। এক ঘণ্টাত ৬০ মিনিট। এবছৰত মুঠতে কিমান মিনিট হ’ব? উত্তৰঃ- দিয়া আছে, এবছৰত = ৩৬৫ দিন
এদিনত = ২৪ ঘণ্টা
এক ঘণ্টাত = ৬০ মিনিট ∴ এবছৰত মুঠতে = (৩৬৫ ✖ ২৪ ✖ ৬০) মিনিট = ৫,২৫,৬০০ মিনিট
(১১) এখন চাইকেলৰ দাম ২৮৭৫ টকা। ৪৫ খন তেনেকুৱা চাইকেলৰ দাম কিমান হ’ব? উত্তৰঃ- দিয়া আছে, এখন চাইকেলৰ দাম = ২৮৭৫ টকা তেনেকুৱা ৪৫ খন চাইকেলৰ দাম হ’ব = (৪৫ ✖ ২৮৭৫) টকা
= ১,২৯,৩৭৫ টকা
(১২) এখন চকীৰ দাম ৩৭৫ টকা আৰু এখন মেজৰ দাম ৭২৫ টকা। ৫ খন চকী আৰু ৭ খন মেজৰ মুঠ দাম কিমান হ’ব? উত্তৰঃ- দিয়া আছে, এখন চকীৰ দাম = ৩৭৫ টকা এখন মেজৰ দাম = ৭২৫ টকা
∴ ৫ খন চকীৰ দাম হ’ব = (৫ ✖ ৩৭৫) টকা = ১,৮৭৫ টকা
৭ খন মেজৰ দাম হ’ব = (৭ ✖ ৭২৫) টকা = ৫,০৭৫ টকা
∴ ৫ খন চকী আৰু ৭ খন মেজৰ দাম হ’ব = (১,৮৭৫ + ৫,০৭৫) টকা
= ৬,৯৫০ টকা
(১৩) কাঠপেঞ্চিল নিৰ্মাণ কৰা এটা কাৰখানাই এটা বাকচত ২৯৫ ডাল কাঠপেঞ্চিল ভৰায়। তেওঁলোকে ৪১৫ টা বাকচ পেঞ্চিলেৰে পূৰ কৰি এঠাইলৈ পঠাব লাগে। যদি এতিয়ালৈ ৭৫,৩২৫ ডাল পেঞ্চিল নিৰ্মাণ কৰা হৈছে তেন্তে আটাইকেইটা বাকচ পূৰ কৰি পঠাবলৈ আৰু কিমানডাল পেঞ্চিল বনাব লাগিব? উত্তৰঃ- দিয়া আছে, এটা বাকচত কাঠপেঞ্চিল ভৰায় = ২৯৫ ডাল ৪১৫ টা বাকচ পেঞ্চিলেৰে পূৰ কৰি এঠাইলৈ পঠাব লাগে
এতিয়ালৈ ৭৫,৩২৫ ডাল পেঞ্চিল নিৰ্মাণ কৰা হ’ল
∴ আটাইকেইটা বাকচ পূৰ কৰি পঠাবলৈ আৰু পেঞ্চিল বনাব লাগিব =
(২৯৫ ✖ ৪১৫ – ৭৫,৩২৫) ডাল
= ৪৭,১০০ ডাল
(১৪) কৃতাৰ্থৰ হাতত কিছুমান চকলেট আছিল। তেওঁ তেওঁৰ ১৫ জন বন্ধুৰ প্ৰত্যেককে ১২ টাকৈ চকলেট বিলাই দিলে। তাৰ পিছতো তেওঁৰ হাতত ৬৫ টা চকলেট থাকিল। তেওঁৰ হাতত মুঠতে কিমানটা চকলেট আছিল? উত্তৰঃ- কৃতাৰ্থই তেওঁৰ ১৫ জন বন্ধু প্ৰত্যেককে চকলেট ভগাই দিলে = ১২ টাকৈ তাৰ পিছতো তাৰ হাতত বাকী থাকিল = ৬৫ টা ∴ তেওঁৰ হাতত মুঠ চকলেট আছিল = (১২ ✖ ১৫ + ৬৫) টা = ২৪৫ টা বাকী থাকিল
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post