যুক্তি বিচাৰ
ANALOGIES
(সাদৃশ্যতা বা অনুৰূপতা):
দুটা বস্তু বা ব্যক্তি বা ঘটনা মাজৰ সাদৃশ্যতা নিৰ্ণয় কৰিবলৈ এই ধৰণৰ প্ৰশ্ন দিয়া হয়। এই ক্ষেত্ৰত এটা উদাহৰণ দিয়া থাকে য’ত দুটা বস্তুৰ মাজত কিবা সাদৃশ্য থাকে। সেই সাদৃশ্যতা প্রশ্নত দিয়া বস্তুটো আৰু বিকল্প উত্তৰসমূহৰ মাজৰ এটাটো থাকে। গতিকে সেই সাদৃশ্যতা নিৰ্ণয় কৰিবলৈ দিয়া হয়।
1. অদমিটাৰ আৰু মাইলেজঃ কম্পাছ আৰু ?
(a) দিশ
(b) বেজী
(c) জ্যামিতি
(d) গতি
Ans: (a) দিশ
2. মাৰাথন = দৌলৰ 1 একক (চিংগছ) = ?
(a) টেনিছ
(b) ফুটবল
(c) ক্রিকেট
(d) কাবাদী
Ans: (a) টেনিছ
3. যেনেকৈ খিৰিকীৰ লগত আইনা; তেনেকৈ কিতাপৰ লগত?
(a) পাত
(b) কভাৰ
(c) বাকলি
(d) গল্প
Ans: (a) পাত
4. কাপ = কফি; বাতি = ?
(a) আঞ্জা
(b) কাঁহী
(c) চামুচ
(d) খাদ্য
Ans: (a) আঞ্জা
5. সৰীসৃপ = জেঠী (Lizard); স্তন্যপায়ী = ?
(a) টিমি
(b) ভাটো
(c) সাপ
(d) পৰুৱা
Ans: (a).টিমি
6. কলম = কবি (poet); বেজী + ?
(a) দর্জী
(b) সুতা
(c) বুটাম
(d) মেচিন
Ans: (a) দর্জী
7. ব্যয়াম = জিমখানা; খোৱা = ?
(a) ৰেষ্টুৰেণ্ট
(b) খাদ্য
(c) স্বাস্থ্য
(d) আহাৰ
Ans: (a) ৰেষ্টুৰেণ্ট
৪. মম = লেম্প = ফ্লড লাইট জুপুৰি = ঘৰ = ?
(a) অট্টালিকা
(b) নগৰ
(c) তম্বু
(d) টর্চ
Ans: (a) অট্টালিকা
9. আপেল = ফল = ফলৰ বজাৰ, উপন্যাস = কিতাপ = ?
(a) কিতাপৰ দোকান
(b) পুথিভৰাল
(c) বজাৰ
(d) আলোচনী
Ans: (a) কিতাপৰ দোকান
10. মেজ কাঠ = চেগুণ গছ ছোলা = কাপোৰ = ?
(a) কপাহ
(b) চিলাই
(c) গছ
(d) সুতা
Ans: (a) কপাহ
11. চুপাহি ৰাচ⇒ ?
(a) টায়াৰ = চাইকেল
(b) পোৱালী = মাক
(c) চেণ্ডেল = জোতা
(d) নিমখ = তেল
Ans: (a) টায়াৰ = চাইকেল
(ইয়াত চুপাহি জেনেকৈ পাতৰ অংশ, তেনেদৰে টায়াৰ এটা চাইকেলৰ অংশ। বাকী বিকল্পসমূহ তেনেকুৱা নহয়)
12. জোকাৰ হাঁহি → ?
(a) সন্যাসী = ভক্তি
(b) খেল = খেলুৱৈ
(c) মৃত্যু = জন্ম
(d) খেল = খেলুৱৈ
Ans: (a) সন্যাসী = ভক্তি
13. মুচি = জোতা ⇒ ?
(a) মিস্ত্রি = ঘৰ
(b) গৰখীয়া = গৰু
(c) বাঘ = হৰিণা
(d) চিত্ৰকৰ = সংগীত
Ans: (a) মিস্ত্রি = ঘৰ
14. ডলাৰ = আমেৰিকা; য়েন = ?
(a) জাপান
(b) ভূটান
(c) চীন
(d) পোলেণ্ড
Ans: (a) জাপান
15. টি.বি. (যক্ষ্মা = হাওঁফাওঁ; কেটেৰেষ্ট = ?
(a) চকু
(b) কাণ
(c) নাক
(d) জিভা
Ans: (a) চকু
CODING-DECODING
(সাংকেতিক ভাষা):
আখৰ, সংখ্যা আৰু অন্য চিহ্নৰ দ্বাৰা বিভিন্ন সময়ত বেলেগ কথা বুজোৱা হয়। এইদৰে কৰোতে চিহ্ন (সংকেত) আৰু তাৰ অৰ্থৰ মাজত এক যুক্তিপূর্ণ সম্পর্ক থাকে। এই সম্পৰ্কটো বিচাৰি উলিয়াব পাৰিলেই, প্রদত্ত প্ৰশ্নৰ উত্তৰ বিকল্পবোৰৰ মাজৰ পৰা বাছি উলিয়াব পাৰি।
1. যদি RATIONAL = TARNOILA, তেন্তে BRUTAL = ?
(a) URBLAT
(b) BRULAT
(c) LATURB
(d) BULTAR
Ans: (a) URBLAT
(ইয়াত তিনিতাকৈ আখৰ ওলোটাকৈ লিখা হৈছে RAT TAR, ION = NOI, AL = LA তেনেকৈ BRU = UBR. TAL = LAT)
2. যদি CALM = HEOO, তেন্তে YEAR = ?
(a) DIDT
(b) DHDS
(c) DDHT
(d) RAEY
Ans: (a) DIDT
(ইয়াত প্ৰতিটো আখৰৰ পৰৱৰ্তী ১ নং আখৰটো লোৱা হৈছে)
3. যদি CALM = XZON, তেন্তে YEAR = ?
(a) BVZI
(b) BZVI
(c) BVZJ
(d) BVN
Ans: (a) BVZI
(ইয়াত A = Z, B = Y, C = X, D = W অর্থাৎ ওলোটকৈ কৰা হৈছে।)
4. যদি QUEEN = OVCFL; KING = ?
(a) IJLH
(b) MKOF
(c) PHIK
(d) FOKM
Ans: (a) IJLH
( Q – 2 = 0, U + 1 = V E – 2 = C E 1 = F N-1 = L তেনেকৈ-2, +1, -2, + 1 হিচাপত KING = K – 2 = I, I + 1 = J N – 2 = L , G + 1 = H )
5. যদি DOOR = 25, TOWER = 18, তেন্তে OVER = ?
(a) 06
(c) 60
(b) 81
(d) 45
Ans: (a) 06
(ইয়াত প্ৰতিটো আখৰৰ বৰ্ণমালাৰ স্থানসমূহ যোগ কৰি যোগফলটো ওলোটাকৈ দিয়া হৈছে)
বর্ণমালা (Alphabet) ৰ সংকেতভিত্তিক প্রশ্নোত্তৰৰ বাবে তলৰ তালিকা দুখন মনত ৰখা ভাল।
A = 1 B = 2 C = 3
D = 4 E = 5 F = 6
G = 7 H = 8 I = 9
J = 10 K = 11 L = 12
M = 13 N = 14 O = 15
P = 16 Q = 17 R = 18
S = 19 T = 20 U = 21
V = 22 W = 23 X = 24
Y = 25 Z = 26 A = Z
B = Y C = X D = W
E = V F = U G = T
H = S I = R J = Q
K = P L = O M = N
VENN DIAGRAM (ভেন চিত্র)
ভেন চিত্ৰৰ মাজেৰে দুই বা ততোধিক বস্তুৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আছে তাক দেখুওৱা হয়। এই সম্পৰ্ক সাধাৰণতে সম্পূৰ্ণ আৰু অংশ (whole an part), পৃথক বস্তু, বা আংশিক সম্পর্কিত হয়। বিকল্প ভেন চিত্ৰবোৰৰ পৰা শুদ্ধ চিত্ৰটো সঠিকভাৱে সম্পৰ্কটো দেখুৱাব পাৰিছে তাক চিনাক্ত কৰিব লাগে।
1.. তিৰোতা, মাতৃ আৰু ইঞ্জিনিয়াৰ ইয়াৰ সম্পর্কটো কোনটো ভেন চিত্রই দেখুৱাইছে।
Ans: a
(সকলো মাতৃয়েই তিৰোতা। আকৌ কিছুমান তিৰোতা আৰু কিছুমান মাতৃ ইঞ্জিনিয়াৰ হ’বও পাৰে।)
2. উকিল, ইঞ্জিনিয়াৰ ইয়াৰ সম্পৰ্ক কোনটো চিত্রই দেখুৱাইছে-
Ans: a
(ইয়াত তিনিওটা পৃথক পেছা)
3. মোবাইল, লেপটপ, ইলেক্ট্রনিক গেজেট →
Ans: a
(ইয়াত মোবাইল, আৰু লেপটপ দুয়োটাই ইলেক্ট্রনিক গেজেট)
4. জেব্রা, গড়, জন্তু →
Ans: a
5. ৰেল, বাছ, উৰাজাহাজ→
Ans: a
6. চোৰ, অপৰাধী, বিতাৰক→
Ans: a
7. অসম, ভাৰত, এচিয়া→
8. হকী, ফুটবল, ক্ৰিকেট→
9. হস্পিতাল, নাৰ্চ, ৰোগী→
10. শিক্ষক, লেখক, গায়ক→
Ans: a
এই ছবিখন অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া
△ চাহ খোৱা মানুহ ০ কফি খোৱা মানুহ মদ খোৱা মানুহㅁ
11. কিমান মানুহে চাহ আৰু মদ খায়; কিন্তু কফি নাখায়-
(a) 17
(b) 20
(c) 25
(d) 10
Ans: (a)
12. কিমান মানুহে চাহ, কফি, দুয়োটা খায়; কিন্তু মদ নাখায় –
(a) 7
(c) 17
(b) 20
(d) 22
Ans: (a)
13. মুঠ কিমান মানুহে মদ খায়-
(a) 122
(c) 82
(b) 92
(d) 100
Ans: (a)
14. কিমান মানুহে কেৱল কফি খায়-
(a) 45
(b) 90
(c) 25
(d) 20
Ans: (a)
15. কিমান সংখ্যক মানুহে তিনিওবিধ খায়-
(a) 15
(b) 25
(c) 17
(d) 20
Ans: (a)
ㅁচিত্ৰকৰ ০খেলুৱৈ ডাক্তৰ
16. কিমানজন এনে ডাক্তৰ আছে যিয়ে চিত্ৰকৰো নহয়, খেলুৱৈও নহয়?
(a) 17
(b) 4
(c) 7
(d) 8
Ans : (a)
17. কিমানজন ডাক্তৰ খেলুৱৈ আৰু চিত্ৰকৰ দুয়োটা?
(a) 3
(b) 4
(c) 8
(d) 22
Ans: (a)
18. কিমানজন খেলুৱৈ চিত্ৰকৰো নহয়, ডাক্তৰো নহয়?
(a) 25
(b) 21
(c) 22
(d) 3
Ans: (a)
19. কিমানজন চিত্ৰকৰে এনে, যিয়ে খেলুৱৈ?
(a) 25
(b) 22
(c) 4
(d) 30
Ans: (a)
20. কিমানজন চিত্ৰকৰ, ডাক্তৰো নহয়, খেলুৱৈও নহয়?
(a) 30
(b) 25
(c) 17
(d) 4
Ans: (a)
তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা:
1. 7, 14, 21, 28,
(a) 42
(b) 35
(c) 31
(d) 29
Ans. (b)
2. 99, 88, 77, 66,
(a) 65
(b) 55
(c). 44
(d) 110
Ans. (b)
3. 1, 2, 4, 8, 16, 32,
(a) 56
(b) 64
(c) .72
(d) 58
Ans. (b)
4. 3, 9, 11, 33, 35,
(a) 135
(b) 107
(c) 105
(d) 37
Ans. (d)
5. 8, 17, 35, 71,
(a) 143
(b) 144
(c) 79
(d) 149
Ans. (a)
6. 155, 266, 377,
(a) 488
(b) 388
(c) 299
(d) 555
Ans. (b)
7. 400, 361, 324, 289,
(a) 256
(b) 279
(c) 224
(d) 248
Ans. (a)
8. 125, 216, 343, 512,
(a) 729
(b) 777
(c) 580
(d) 1000
Ans. (a)
9. 4, 7, 13, 25,
(a) 49
(b) 51
(c) 74
(d) 39
Ans. (a)
10. 1024, 512, 256, 128,
(a) 64
(b) 124
(c) 72
(d) 56
Ans. (a)
তলত দিয়াবোৰৰ অমিলটো বাছি উলিওৱা।
11. (a) কাঁড়
(c) যাঠি
(b) তৰোৱাল
(d) বন্দুক
উত্তৰ: (d)
12. (a) কাছ
(b) শামুক
(c) কেঁকোৰা
(d) ঘৰিয়াল
উত্তৰ: (d)
13. (a) ৰথ
(b) শ্লেজগাড়ী
(c) ঘোঁৰাগাড়ী
(d) মটৰগাড়ী
উত্তৰ: (d)
14. (a) শিয়াল
(b) কুকুৰ
(c) কুকুৰনেচীয়া
(d) মেকুৰী
উত্তৰ: (d)
15. (a) প্রযোজক
(b) পৰিচালক
(c) কেমেৰামেন
(d) অভিনেতা
উত্তৰ: (d)
16. (a) শ্রীলংকা
(b) মাদাগাস্কাৰ
(c) জাপান
(d) ভাৰত
উত্তৰ: (d)
17. (a) যক্ষ্মা
(c) এইছ
(b) কলেৰা
(d) হৃদৰোগ
উত্তৰ: (d)
18. (a) তিয়হ
(b) বিন
(c) জিকা
(d) গাজৰ
উত্তৰ: (d)
তলত দিয়াবোৰৰ খালী ঠাইত কি হ’ব লিখা?
(সাদৃশ্য থকা শব্দ)
19. হিন্দুঃ গীতাঃ মুছলমান:
(a) কোৰান
(b) বাইবেল
(c) হদীচ
(d) ৰামায়ণ
উত্তৰ: (a)
20. সৈন্য: বন্দুকঃ ড্ৰাইভাৰঃ
(a) ট্রাক
(b) মটৰ চাইকেল
(c) লাঠি
(d) কাগজ
উত্তৰ: (a) ট্রাক
21. Bird: Wing :: Fish: (চৰাই: ডেউকাঃঃ মাছঃ ……..)
(a) Fin (ফিচা)
(b) Tail (নেজ)
(c) Scale (বাকলি)
(d) Gill (ফুল)
উত্তৰ: (a)
22. Cricket: Bat :: Hockey : (ক্রিকেট: বেটঃঃ হকী:……)
(a) Stick (লাঠি)
(b) Player (খেলুৱৈ)
(c) Ball (বল)
(d) Stadium (ষ্টেডিয়াম):
উত্তৰ: (a)
23. Fire: Ashes :: Explosion : (জুইঃ ছাইঃঃ বিস্ফোৰণ: ……….)
(a) Debris (ধ্বংসস্তূপ)
(b) Flame (জুইৰ শিখা)
(c) Death (মৃত্যু)
(d) Sound (শব্দ)
উত্তৰ: (a)
24. Clock: Time :: Thermometer : ঘড়ী: সময়ঃ থার্মোমিটাৰ:……….)
(a) Wave (তৰংগ)
(b) Energy (শক্তি)
(c) Temperature (উষ্ণতা)
(d) Heat (তাপ)
উত্তৰ: (c)
25. Good: Bad :: Virtue : (ভাল: বেয়া: গুণঃ ……..)
(a) Vice (দোষ)
(b) Blame (দোষাৰোপ)
(c) Sin (পাপ)
(d) Quality (মানদণ্ড)
উত্তৰ: (a)
26. War: Death:: Smoke: (যুদ্ধ: মৃত্যুঃ ধোঁৱা:……….)
(a) Pollution (প্রদূষণ)
(b) Fire (জুই)
(c) Cigarette (চিগাৰেট)
(d) Burning (পোৰা)
উত্তৰ: (a)
27. চাবোন: ধোৱাঃ বাঢ়নী:
(a) সাৰা
(b) জাৰা
(c) চাফা কৰা
(d) কোবোৱা
উত্তৰ: (a)
28. শিক্ষক: ছাত্রঃঃ ডাক্তৰ:-
(a) নাৰ্ছ
(b) ৰোগী
(c) ফার্মাচী
(d) ঔষধ
উত্তৰ: (b)
29. ভাৰত: নতুন দিল্লীঃ জাপান:
(a) আমেৰিকা
(b) টকিঅ’
(c) হিৰ’ছিমা
(d) কোৰিয়া
উত্তৰ: (b)
30. নিগনি: মেকুৰীঃ ভেকুলী:
(a) সাপ
(b) মাছ
(c) হাঁহ
(d) ছাগলী
উত্তৰ: (a)
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post
BUY PDF