Might Learn Logo Might Learn Shop Might Learn

SCERT Assam Board D El Ed Entrance Test Social Science Question Answer | D El Ed Entrance Test Social Science Question Answer 2026

বহুবিকল্পী প্রশ্নোত্তৰ

1. হৰপ্পা সভ্যতা কিমান চনত আবিষ্কৃত হৈছিল-

(a) 1942
(b) 1921
(c) 1935
(d) 1901

Ans: (b) 1921

2. সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল-

(a) কাঠ
(b) শিল
(c) পুৰা ইটা
(d) আটাইকেইটাৰে

Ans: (c) পুৰা ইটা

3. সিন্ধু উপত্যকাৰ সভ্যতা সমাজে কাৰ লগত বাণিজ্য কৰিছিল-

(a) গ্ৰীক
(b) চীন
(c) মেচোপটামিয়া
(d) ৰোম

Ans: (c) মেচোপটামিয়া

4. সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল-

(a) শিল্প নৈপুণ্য
(b) ওপৰৰ এটাও নহয়
(c) স্থাপত্য বিদ্যা
(d) নগৰ পৰিকল্পনা

Ans: (d) নগৰ পৰিকল্পনা

5. সিন্ধু উপত্যকাৰ সভ্যতা সমাজত তলৰ কোনাটো বস্তু প্ৰসিদ্ধ নাছিল-

(a) হাতী
(b) জিৰাফ
(c) ম’হ
(d) ঘোঁৰা

Ans: (b) জিৰাফ

6. কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো ক’ৰ পৰা আৰম্ভ হয়-

(a) চীন
(b) ভাৰত
(c) ইজিপ্ত
(d) মধ্য আমেৰিকা

Ans: (b) ভাৰত

7. কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল-

(a) ভি এছ আগৰৱালা
(b) ছাৰ লিউনার্ড উলি
(c) দয়াৰাম চাহনী
(d) ওপৰৰ এটাও নহয়

Ans: (c) দয়াৰাম চাহনী

8. হৰপ্পাৰ সময়ত কপাৰ ৰথ কোন স্থানত পোৱা গৈছিল-

(a) ৰাখিখাৰী
(b) দায়মাবাদ
(c) বানাৱালী
(d) কুণ্টল

Ans: (b) দায়মাবাদ

9. আৰ্যসকলৰ প্ৰধান খাদ্য কি আছিল-

(a) গাখীৰ
(b) ঘেঁহু
(c) এটাও নহয়
(d) চাউল আৰু মটৰ মাহ

Ans: (d) চাউল আৰু মটৰ মাহ

10. কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল-

(a) কালিদাস
(b) চাবকা
(c) পাণিনি
(d) আৰ্যভট্ট

Ans: (c) পাণিনি

11. ঋকবেদত তলত কোনটো নদীৰ নাম উল্লেখ নাই-

(a) সিন্ধু
(b) যমুনা
(c) পেৰিয়াৰ
(d) সৰস্বতী

Ans: (c) পেৰিয়াৰ

12. শ্ৰীমদ্ভাগৱত গীতা সৰ্বপ্ৰথমে কি ভাষাত লিখা হৈছিল-

(a) পালি ভাষাত
(b) সংস্কৃত ভাষাত
(c) এটাও নহয়
(d) প্ৰাকৃত ভাষাত

Ans: (b) সংস্কৃত ভাষাত

13. ভাৰত চৰকাৰে তলৰ কোনটো নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছে-

(a) কাৱেৰী
(b) যমুনা
(c) ওপৰৰ এটাও নহয়
(d) গংগা

Ans: (d) গংগা

14. ঋগ্বেদৰ সময়ছোৱাত কোনজন ভগৱানক মুখ্য স্থান দিয়া হৈছিল-

(a) বিষ্ণু
(b) ইন্দ্ৰ
(c) গজপতি
(d) অগ্নি

Ans: (b) ইন্দ্ৰ

15. প্ৰথম সংস্কৃত ব্যাকৰণ ৰচনা কৰা পাণিনিয়ে কিমান সময়ছোৱাত বাস কৰিছিল-

(a) ২য় শতাব্দী
(b) ৫-৬ শতাব্দী
(c) ৬-৫ শতাব্দী
(d) ৩য় শতাব্দী

Ans: (c) ৬-৫ শতাব্দী

16. তলৰ কোনখন উপনিষদৰ পৰা “সত্যমেৱ জয়তে” শব্দটো লোৱা হৈছে-

(a) মুদ্রখেলা উপনিষদ
(b) মুণ্ডক উপনিষদ
(c) ওপৰৰ এটাও নহয়
(d) ব্ৰহ্ম উপনিষদ

Ans: (b) মুণ্ডক উপনিষদ

17. গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল-

(a) বশিষ্ঠ
(b) পৰীক্ষিত
(c) বিশ্বামিত্ৰ
(d) ইন্দ্ৰ

Ans: (c) বিশ্বামিত্ৰ

18. ন্যায় সূত্ৰৰ ৰচক কোন?

(a) কানাড
(b) কপিল
(c) ওপৰৰ এটাও নহয়
(d) গৌতম

Ans: (d) গৌতম

19. আৰ্য শব্দৰ অৰ্থ হ’ল-

(a) কৃষক
(b) চিকাৰী
(c) উপমানবিশিষ্ট
(d) ব্ৰহ্মচাৰী

Ans: (c) উপমানবিশিষ্ট

20. উপনিষদ কিহৰ লগত জড়িত-

(a) ধৰ্ম
(b) যোগ
(c) আইন
(d) দৰ্শন শাস্ত্ৰ

Ans: (d) দৰ্শন শাস্ত্ৰ

21. যোগ দৰ্শন শাস্ত্ৰ কোনে পুংখানুপুংখভাৱে বৰ্ণনা কৰিছিল-

(a) গৌতম
(b) মনু
(c) পতঞ্জলি
(d) ৰায়মিনি

Ans: (c) পতঞ্জলি

22. গোত্ৰ শব্দটো পোন প্ৰথমে ক’ৰ পৰা লোৱা হৈছে-

(a) সামবেদ
(b) অথৰ্ববেদ
(c) এটাও নহয়
(d) ঋকবেদ

Ans: (d) ঋকবেদ

23. ভগৱান বুদ্ধৰ কোন স্থানত মৃত্যু হৈছিল-

(a) বৌদ্ধগয়া
(b) কুছিনগৰ
(c) সৰনাথ
(d) ৰাজগিৰ

Ans: (b) কুছিনগৰ

24. বৌদ্ধসকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থখনৰ নাম কি-

(a) বেদ
(b) উপনিষদ
(c) ত্ৰিপিটক
(d) এটাও নহয়

Ans: (c) ত্ৰিপিটক

25. নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত-

(a) উত্তৰ প্ৰদেশ
(b) বিহাৰ
(c) ওড়িশা
(d) বেংগল

Ans: (b) বিহাৰ

26. বুদ্ধচৰিতখন কোনে ৰচনা কৰিছিল-

(a) বাসুমিত্ৰ
(b) নাগাৰ্জুন
(c) অশ্বঘোষ
(d) নাগছেনা

Ans: (c) অশ্বঘোষ

27. তলৰ কোনখন ৰাজ্যক ‘Cradle of Buddhism’ বুলি কোৱা হয়-

(a) ছিকিম
(b) মধ্য প্ৰদেশ
(c) বিহাৰ
(d) উত্তৰ প্ৰদেশ

Ans: (c) বিহাৰ

28. প্ৰথম বৌদ্ধ সংঘ কোনখন নগৰত হৈছিল-

(a) নালন্দা
(b) ৰাজগৃহ
(c) গয়া
(d) বৌদ্ধগয়া

Ans: (b) ৰাজগৃহ

29. চতুৰ্থ বৌদ্ধ সংঘ কোনজন ৰজাৰ দিনত হৈছিল-

(a) অজাতশত্ৰু
(b) অশোক
(c) মহাপদ নন্দ
(d) কনিষ্ক

Ans: (d) কনিষ্ক

30. সৰনাথ কোনখন ৰাজ্যত অৱস্থিত-

(a) গুজৰাট
(b) বিহাৰ
(c) উত্তৰ প্ৰদেশ
(d) কেৰালা

Ans: (c) উত্তৰ প্ৰদেশ

31. বুদ্ধৰ জন্ম হৈছিল-

(a) পাটলিপুত্ৰ
(b) লুম্বিনী
(c) উত্তৰ প্ৰদেশ
(d) বিহাৰ

Ans: (b) লুম্বিনী

32. তৃতীয় বৌদ্ধ সংঘ কোন স্থানত হৈছিল-

(a) কাশ্মীৰ
(b) ৰাজগৃহ
(c) পাটলিপুত্ৰ
(d) কোচাম্বী

Ans: (c) পাটলিপুত্ৰ

33. তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়-

(a) মহম্মদ
(b) চাণক্য
(c) এটাও নহয়
(d) বুদ্ধ

Ans: (d) বুদ্ধ

34. মহাবীৰ জৈনে কোন স্থানত মৃত্যুবৰণ কৰিছিল-

(a) ৰাজগৃহ
(b) ৰানচী
(c) পাৱাপুৰি
(d) এটাও নহয়

Ans: (c) পাৱাপুৰি

35. ‘ত্ৰিপিটক’ কোন ভাষাত লিখিছিল-

(a) সংস্কৃত
(b) পালি
(c) প্ৰাকৃত
(d) ব্ৰাহ্মী

Ans: (b) পালি

36. বুদ্ধ কোনটো জনগোষ্ঠীৰ লগত জড়িত-

(a) কুক্ক
(b) মৌৰ্য
(c) ওপৰৰ কোনোটো নহয়
(d) শাক্য

Ans: (d) শাক্য

37. তলৰ কোনজনক ‘দেৱানামপিয় পিয়দসী’ বুলি কোৱা হয়?

(a) গৌতম বুদ্ধ
(b) চন্দ্ৰগুপ্ত
(c) মৌৰ্য ৰজা অশোক
(d) মহাবীৰ

Ans: (c) মৌৰ্য ৰজা অশোক

38. তলৰ কোনখন প্ৰতিষ্ঠানত চাণক্যই শিক্ষাদান কৰিছিল-

(a) বৈশালী
(b) নালন্দা
(c) বিক্ৰমশিলা
(d) তক্ষশিলা

Ans: (d) তক্ষশিলা

39. তলৰ কোনজন সন্ন্যাসীয়ে অশোকক বৌদ্ধ ধৰ্মৰ বাবে আগ্ৰহী কৰিছিল-

(a) বিষ্ণুগুপ্ত
(b) উপগুপ্ত
(c) বৃহদণ্ড
(d) ব্ৰহ্মগুপ্ত

Ans: (b) উপগুপ্ত

40. মেগাস্থেনিছ কোনজন ৰজাৰ দূত আছিল-

(a) আলেকজেণ্ডাৰ
(b) অশোক
(c) চেলিউকাছ
(d) চন্দ্ৰগুপ্ত

Ans: (c) চেলিউকাছ

41. তলৰ কোনখন ঠাইত অশোকৰ ৰাজত্ব নাছিল-

(a) কান্ধাৰ
(b) টোপৰা
(c) পাটলিপুত্ৰ
(d) ওপৰৰ এটাও নহয়

Ans: (c) পাটলিপুত্ৰ

42. তলৰ কোনজনক অশোকে ন্যায় ব্যৱস্থা পৰিচালনা কৰিবলৈ নিযুক্তি দিছিল-

(a) কুমাৰ আমত্য
(b) উপাৰিকা
(c) এজনো নহয়
(d) ৰাজুকা

Ans: (d) ৰাজুকা

43. তলৰ কোনজন আলেকজেণ্ডাৰৰ সমকালীন ব্যক্তি আছিল-

(a) অশোক
(b) চন্দ্ৰগুপ্ত মৌৰ্য
(c) বিন্নিচাৰ
(d) চাংখা

Ans: (b) চন্দ্ৰগুপ্ত মৌৰ্য

44. অশোক কোনটো বংশৰ অন্তৰ্গত আছিল-

(a) গুপ্ত
(b) বৰ্ধন
(c) মৌৰ্য
(d) কুষাণ

Ans: (c) মৌৰ্য

45. অশোকৰ দিনত বৌদ্ধ সংঘ কোন স্থানত হৈছিল-

(a) ৰাজগৃহ
(b) পাটলিপুত্ৰ
(c) ছামচষ্টিপুৰ
(d) মাযদা

Ans: (b) পাটলিপুত্ৰ

46. তলৰ কোনজন মৌৰ্য ৰজাই ডেকান জয় কৰিছিল-

(a) অশোক
(b) কুণাল
(c) বিন্দুছাৰ
(d) চন্দ্ৰগুপ্ত

Ans: (c) বিন্দুছাৰ

47. নন্দ বংশৰ পিছত কোনটো বংশই মগধত ৰাজত্ব কৰিছিল-

(a) কুষাণ
(b) মৌৰ্য
(c) সাংগা
(d) গুপ্ত

Ans: (b) মৌৰ্য

48. মৌৰ্য বংশৰ ৰাজত্ব কালত বিখ্যাত শিক্ষা কেন্দ্ৰ আছিল-

(a) নালন্দা
(b) বৈশালী
(c) ইডাইন
(d) তক্ষশিলা

Ans: (d) তক্ষশিলা

49. মুদ্ৰাৰাক্ষস কোনে লিখিছিল-

(a) কৌটিল্য
(b) পাণিনি
(c) বিশাখদত্ত
(d) বাণ

Ans: (c) বিশাখদত্ত

50. শেষজন মৌৰ্য ৰজাজনৰ নাম কি-

(a) অশোক
(b) বৃহদ্ৰথ
(c) বিন্দুছাৰ
(d) ডালক

Ans: (b) বৃহদ্ৰথ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
🎓 My Class

My Subjects