Might Learn Logo Might Learn

SCERT Class 3 Environment Chapter 7 Answer 2026 | আমাৰ খাদ্য | অধ্য়ায়-৭ | Chapter-7 | Class 3 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer | Class 3 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer And Solutions For Assam |

 অধ্য়ায়-৭

আমাৰ খাদ্য

১। উত্তৰ লিখা-
(ক) শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নামঃ
উত্তৰ:
 ভাত আৰু গাখীৰ

(খ) শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নামঃ
উত্তৰ: 
গাখীৰ, মাছ

(গ) আমাক ৰোগ-আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নামঃ
উত্তৰ: 
আম, গাজৰ

(ঘ) শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নামঃ
উত্তৰ: 
বেছি মিঠা খাদ্য, বেছি তেলীয়া খাদ্য

২। শুদ্ধ উক্তিটোত (✔) চিন দিয়া-
(ক) আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। ✔
(খ) সদায় বিশুদ্ধ পানী সেবন কৰিব লাগে। ✔
(গ) আলুৰ ছিছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। (✘)
(ঘ) বজাৰত মুকলি খোৱা খাদ্যবস্তু খাব নালাগে। ✔

৩। খালী ঠাই পূৰ কৰা-
(ক) আহাৰ খালে আমি শক্তি পাই কাম কৰিব পাৰো।
(খ) শাক-পাচলি, ফল-মূল আদি নিয়মীয়াকৈ খালে আমাৰ শৰীৰটো হৈ থাকে নিৰোগী
(গ) প্রতিদিনে আহাৰ খাব লাগে সুষম
(ঘ) খাদ্য অপচয় কৰিব নালাগে।
(ঙ) খাদ্য ৰান্ধিলে কোমল আৰু সোৱাদ হ’ব লাগে।

৪। উত্তৰ লিখা-
(ক) মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে?
উত্তৰ:
 মুকলিকৈ ৰখা খাদ্যত ধূলি-ধূৱাঁ, পোক-পতংগ বা বেক্টেৰিয়া লগাব পাৰে, যাৰ ফলত আমাৰ শৰীৰত ৰোগ হব পাৰে। সেয়া স্বাস্থ্যৰ বাবে ক্ষতিকৰ।

(খ) আহাৰ খাওঁতে কি কি নিয়ম মানি চলিবা?
উত্তৰ:

  • হাত ভালদৰে ধুৱা।
  • বিশুদ্ধ আৰু স্বাস্থ্যকৰ খাদ্য খোৱা।
  • সময়মতে আহাৰ খোৱা।
  • বেছি মিঠা আৰু তেলীয়া খাদ্য এৰাই চলা।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects