Chapter: 3
অণু আৰু পৰমাণু
প্ৰশ্নাৱলীঃ
1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।উত্তৰঃ-
C-12 ৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰকেই এক পাৰমাণৱিক ভৰ বোলে।2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?উত্তৰঃ-
খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয়। কাৰণ পৰমাণুবোৰ বহু ক্ষুদ্ৰ হয়। যাক আমি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা হে চাব পাৰো। অণুবোৰ পৰমাণুৰে গঠিত হয়। যিহেতু পৰমাণুবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, গতিকে পৰমাণুবোৰ তাতকৈ ক্ষুদ্ৰ বাবে আমি দেখা নাপাওঁ।3. সংকেত লিখা।
(i) ছ’ডিয়াম অক্সাইড
(ii) এলুমিনিয়াম ক্ল’ৰাইড
(iii) ছ’ডিয়াম ছালফাইড
(iv) মেগনেছিয়াম হাইড্ৰ’ক্সাইড
উত্তৰঃ–
(i) ছ’ডিয়াম অক্সাইড
(ii) এনুমিনিয়াম ক্ল’ৰাইড
(iii) ছ’ডিয়াম ছালফাইড
(iv) মেগনেছিয়াম হাইড্ৰ’ক্সাইড
4. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখাঃ
এলুমিলিয়াম ছালফেট
কেলছিয়াম ক্ল’ৰাইড
পটেছিয়াম ছালফেট
পটেছিয়াম নাইট্ৰ’ক্সাইড
কেলছিয়াম কাৰ্বনেট
5. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰঃ– ৰাসায়নিক সংকেত পদটোৱে যোগ এটাৰ অণু গঠনৰ সাংকেতিক চিহ্ন বুজায়। যোগটোত থকা পৰমাণুটোৰ অনুপাত নিৰ্ণয় কৰে।
6. (i) কেইটাকৈ পৰমাণু আছে?
উত্তৰঃ– ইয়াত 2 টা হাইড্ৰ’জেন পৰমাণু আৰু এটা ছালফাৰৰ পৰমাণু আছে।
উত্তৰঃ– ইয়াত 1 টা ফচফৰাচ পৰমাণু আৰু 3 টা অক্সিজেন পৰমাণু আছে।
7.
H ৰ পাৰমাণৱিক ভৰ = 1
H2 ৰ আণৱিক ভৰ = 2×1
=2U
O ৰ পাৰমাণৱিক ভৰ = 1×6
O2 ৰ আণৱিক ভৰ = 2×16
= 32U
Cl ৰ পাৰমাণৱিক ভৰ = 35.5
Cl2 ৰ আণৱিক ভৰ = 2×35.5
= 71U
C ৰ পাৰমাণৱিক ভৰ = 12
H ৰ পাৰমাণৱিক ভৰ = 1CH4 ৰ আণৱিক ভৰ = 1×12 + 4×1
= 12+4
= 16U
C ৰ পাৰমাণৱিক ভৰ = 12
H ৰ পাৰমাণৱিক ভৰ = 1C2H6 ৰ আণৱিক ভৰ = 2×12 + 6×1
= 24+6
= 30U
C ৰ পাৰমাণৱিক ভৰ = 12
H ৰ পাৰমাণৱিক ভৰ = 1
C2H4 ৰ আণৱিক ভৰ = 2×12 + 4×1
= 24 + 4
= 28U
N ৰ পাৰমাণৱিক ভৰ = 14
H ৰ পাৰমাণৱিক ভৰ = 1
NH3 ৰ আণৱিক ভৰ = 1×14 + 3×1
= 14+3
=17U
H ৰ পাৰমাণৱিক ভৰ = 1
O ৰ পাৰমাণৱিক ভৰ = 16CH3OH ৰ আণৱিক ভৰ = 1×12 + 3×1 + 1×16 + 1×1
= 12+3+6+1
= 22U
8. ZnO, Na2O আৰু K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা। প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হ’ল Zn = 65u, Na = 23u, K = 39u, C = 12u আৰু O = 16u.উত্তৰঃ–
Zn ৰ পাৰমাণৱিক ভৰ = 65
K ৰ পাৰমাণৱিক ভৰ = 39
C ৰ পাৰমাণৱিক ভৰ = 12
O ৰ পাৰমাণৱিক ভৰ = 16
O ৰ পাৰমাণৱিক ভৰ = 16
ZnO ৰ পাৰমাণৱিক ভৰ হ ‘ল = 1×
65 + 1×
6
= 65+16
= 81uNa2 ৰ পাৰমাণৱিক ভৰ = 23
O ৰ পাৰমাণৱিক ভৰ = 16Na2O ৰ পাৰমাণৱিক ভৰ হ ‘ল = 2×23 + 1×16
= 46+16 = 62uK2CO3 ৰ পাৰমাণৱিক ভৰ হ ‘ল = 2×39 + 1×12 + 3×16
= 78+12+48
= 148u
9. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হ’লে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব?
উত্তৰঃ–
10. 100 গ্ৰাম ছ’ডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্য়া বেছি থাকিব? (দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ = 23u, Fe = 56u)
উত্তৰঃ– ছডিয়ামৰ পাৰমাণৱিক ভৰ 23 গ্ৰাম
1 ম’ল ছডিয়ামৰ ভৰ = 23 গ্ৰাম
23 গ্ৰাম ছডিয়ামত থকা পৰমাণুৰ সংখ্য়া = 6.022×10/23
100 গ্ৰাম ছডিয়ামত থকা পৰমাণুৰ সংখ্য়া = 6.022×10/23x23x100
= 0.261×10/25
=2.61×10/24
আইৰণৰ পাৰমাণৱিক সংখ্য়া = 56 গ্ৰাম
1 ম’ল আইৰণৰ ভৰ = 56 গ্ৰাম
56 গ্ৰাম আইৰণত থকা পৰমাণুৰ সংখ্য়া = 6.022×10/23
100 গ্ৰাম আইণত থকা পৰমাণুৰ সংখ্য়া = 6.022×10/23x56x100
= 0.107×102/25
=1.07×10/24
100 গ্ৰাম ছডিয়ামৰ পৰমাণুৰ সংখ্য়া বেছি।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post