অনুশীলনী ১৭
বিঃদ্ৰঃ- সময় সংক্ৰান্তৰ মৌখিকৰ উত্তৰ নিৰ্ণয় কৰিবৰ বাবে তোমালোকৰ চতুৰ্থ মানৰ ভাৰতী গণিত পৰিচয় পৃষ্ঠা ৭৮-৮১ লৈ পঢ়িবা। তদুপৰি ভাৰতী আদৰ্শ ধাৰাপাতত সময় গণনাৰ বিষয় উল্লেখ আছে।
১। তলৰ সংখ্যাকেইটা ৰোমান লিখিত লিখা一
ক) ২ …………. খ) ১০ ………….
গ) ৮ …………. ঘ) ৭ ………….
ঙ) ৫ …………. চ) ১৫ ………….
২। তলৰ ৰোমান লিপিকেইটা অসমীয়া সংখ্যাত লিখাঃ一
ক) I …………. খ) II ………….
গ) IV …………. ঘ) IX ………….
ঙ) XI ………… চ) XIV ………….
৩। ঘড়ীত কিমান ৰোমানলিপি ব্যৱহাৰ হয়?
উত্তৰঃ
৪। ঘড়ীত ব্যৱহৃত আটাইতকৈ ডাঙৰ ৰোমানলিপিটো কি?
উত্তৰঃ
৫। তলৰ ঘড়ীত কেইটা বাজিছে ঘড়ী চাই লিখ一
ক) উত্তৰঃ খ)
উত্তৰঃ
গ) উত্তৰঃ ঘ)
উত্তৰঃ
ঙ) উত্তৰঃ
৬। তোমাৰ ঘৰত থকা ঘড়ীটোত সময় সন্ধিয়া ৭.৩০ বাজিছে। এই সময়টো ৰেলৱে ষ্টেচনৰ ঘড়ীত সময় কিমান হ’ব?
উত্তৰঃ
৭। মিনিটৰ কাঁটাডালে দিনটোত কেইপাক ঘূৰে?
উত্তৰঃ
৮। ছেকেণ্ডৰ কাঁটাডালে এপাক ঘূৰিলে মিনিটৰ কাঁটাডালে কিমান দূৰত্ব অতিক্ৰম কৰিব?
উত্তৰঃ
৯। মিনিটৰ কাঁটাডাল এপাক ঘূৰিলে ঘন্টাৰ কাঁটাডাল কিমান দূৰলৈ যাব?
উত্তৰঃ
Type: Priyam Jyoti Patar
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post